Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

    Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি

    Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

    Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !

    Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music

    Pathaan : বক্স অফিচত দ্রুতগতিত ৪০০ কোটি টকাৰ ব্যৱসায় কৰা প্রথম ছবিৰ স্বীকৃতি ‘পঠান’ক

    Pathaan in Pakistan : চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope : ৰাশিফল

    Horoscope : ৰাশিফল

    Thyroid : থাইৰয়ডৰত আক্ৰান্ত নহয়টো ? ভৰিৰ কোন কেইটা উপসৰ্গ দেখিলে হ’ব সাৱধান …

    Cought : এই সমূহ নিয়মমানি দুই মিনিটত বন্ধ কৰক কাঁহ !

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

তলাবন্ধৰ সদ্ ব্যৱহাৰ: কেকৰ ব্যৱসায়েৰে স্বাৱলম্বী মেধাৱী ছাত্ৰী নিহাৰিকা

publisher by publisher
August 30, 2020
in Assam, News
Reading Time: 1 min read
0
তলাবন্ধৰ সদ্ ব্যৱহাৰ: কেকৰ ব্যৱসায়েৰে স্বাৱলম্বী মেধাৱী ছাত্ৰী নিহাৰিকা
6
SHARES
58
VIEWS
ShareShareShareShare

মহামাৰী কৰ’নাৰ সন্ত্ৰাসৰ বাবে ঘোষণা কৰা তলাবন্ধৰ ফলত সমগ্ৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থা প্ৰভাৱিত হৈছে । লগতে প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে সকলো চৰকাৰী-বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান বন্ধ হৈ আছে । তলাবন্ধ আৰু মহাবিদ্যালয় বন্ধৰ সদব্যৱহাৰ কৰি স্বাৱলম্বিতাৰ পথ লাভ কৰিছে পশ্চিম গুৱাহাটীৰ পূৱ মাজিৰগাঁৱৰ হাতীপাৰা লক্ষীপথৰ নীহাৰিকা চৌধুৰী নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে ।

ADVERTISEMENT

মিৰ্জাৰ দক্ষিণ কামৰূপৰ মহাবিদ্যালয়ত অৰ্থনীতি বিজ্ঞান বিভাগৰ স্নাতক চূড়ান্ত ষাম্নাষিকৰ ছাত্ৰী নীহাৰিকাই তলাবন্ধত নিজে কেক প্ৰস্তুত কৰি বিক্ৰীৰে স্বাৱলম্বিতা লাভ কৰিবলৈ সক্ষম হৈছে । মধ্যবিত্ত পৰিয়ালৰ মেধাৱী ছাত্ৰী নীহাৰিকাই বিগত বৰ্ষত কেক বনোৱাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । লগতে কেক বনোৱা কাৰ্যত ব্যৱহৃত টাৰ্ণ টেবুল আৰু বিদ্যুৎ চালিত ব্লেণ্ডাৰ মেচিনটো প্ৰায় এবছৰ পূৰ্বে কিনি থৈছিল ।

RelatedPosts

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

Jorabat kidnapped : অংকুৰ সুৰানা অপহৰণ কাণ্ডত ন ন তথ্য আহিছে পোহৰলৈ

কিন্তু সময়ৰ অভাৱৰ বাবে ইয়াক ব্যৱসায়িক ভাৱে আৰম্ভ কৰাত কিছু অসুবিধা হৈছিল। তলাবন্ধত মহাবিদ্যালয় বন্ধ থকাৰ সুযোগত নীহাৰিকাই যোৱা এপ্ৰিল মাহৰ পৰা কেক বনোৱা কাম আৰম্ভ কৰে। তলাবন্ধৰ বাবে বেকাৰী সমূহ বন্ধ থকাত পূৱ মাজিৰগাঁৱকে ধৰি কাষৰীয়া অঞ্চলৰ লোকসকলে জন্মদিন বা আন মাঙ্গলিক উৎসৱৰ বাবে প্ৰয়োজন হোৱা কেকৰ অৰ্ডাৰ এটা-দুটাকৈ নীহাৰিকাই লাভ কৰিবলৈ আৰম্ভ কৰে।

গ্ৰাহকৰ অৰ্ডাৰ অনুসৰি ময়দা আৰু ফলেৰে বিভিন্ন সোৱাদযুক্ত কেক ২৫০ গ্ৰামৰ পৰা এক কেজি ওজন পৰ্যন্ত কেক প্ৰস্তুত কৰে নীহাৰিকাই। সাধাৰণতে এক কেজি ওজনৰ এটা কেক প্ৰস্তুত কৰিলে প্ৰায় ৩ ঘণ্টা সময় লাগে আৰু বিদ্যুৎ সংযোগ ব্যাহত নহ’লে প্ৰতিদিনে এক কেজি ওজনৰ চাৰিটা কেক প্ৰস্তুত কৰিব পাৰি বুলি কয় নীহাৰিকাই।

এটা এক কেজি ওজনৰ কেকৰ মূল্য এহেজাৰ টকা আৰু সকলো খৰছ বাদ দি প্ৰায় ৩০ শতাংশ লাভ অৰ্জন হয় বুলি উল্লেখ কৰি নীহাৰিকাই কয়, ” প্ৰথম অৱস্থাত মই ঘৰত খাবলৈ দুই এটা কেক বনাইছিলোঁ। এনেকৈ ওচৰ-চুবুৰীয়াৰ দ্বাৰা এই কথা প্ৰচাৰ হ’ল। তলাবন্ধত বেকাৰী সমূহ বন্ধ হৈ থকাৰ বাবে মই অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হলোঁ।

এই সময়চোৱাত সাৱধানতা অৱলম্বন কৰি ঘৰতে প্ৰস্তুত কৰা কেকৰ চাহিদা বৃদ্ধি হোৱাত মই প্ৰায় দৈনিক অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হলোঁ। মই মোৰ হাতৰ বিদ্যাৰ বাবে তলাবন্ধৰ সময়ছোৱাৰ সদব্যৱহাৰ কৰিবলৈ সক্ষম হৈ বহুত সুখী হৈছো।” এই সময়ছোৱাত কেক বিক্ৰী কৰি নিহাৰীকাই প্ৰায় পঞ্চাছ হাজাৰৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে।

এইক্ষেত্ৰত পিতৃ কমলেশ চৌধুৰী, মাতৃ দিপ্তী চৌধুৰী আৰু ভাতৃ হৃষীকেশ চৌধুৰীয়েও সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াইছে বুলিও কয় নীহাৰিকাই। উল্লেখ্য যে, উচ্চশিক্ষা গ্ৰহণৰ পিছত ভৱিষ্যতে চাকৰি লাভ নকৰিলে নীহাৰিকাই নিজাকৈ বেকাৰী খুলি ব্যৱসায় আৰম্ভ কৰিব বুলিও জানিবলৈ দিয়ে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AssamGuwahatiLockdown
publisher

publisher

Related Posts

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা
Assam

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

February 8, 2023
Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ
Assam

Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

February 8, 2023
Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি
Assam

Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি

February 8, 2023
Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

February 8, 2023
Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !
Entertainment

Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !

February 8, 2023
Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন
Assam

Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

February 8, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: