Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

    APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

    আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

    আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

    জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

    জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

জলমগ্ন হৈয়েই আছে গুৱাহাটীৰ বহু স্থান,পর্যাপ্ত সাহায্য নাই প্ৰশাসনৰ

publisher by publisher
April 22, 2026
in News
Reading Time: 1 min read
0
Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

Artificial flood in Jorabat:এজাক মুষলধাৰ বৰষুণত ডুব গ’ল যোৰাবাট

Artificial Flood:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:- তীব্র আতংকৰ সৃষ্টি কৰি জলমগ্ন মহানগৰীত বিগত ৪৮ ঘণ্টাৰ ভিতৰত উদ্ধাৰ হৈছে চাৰিটা মৃতদেহ। এই দুৰ্ভগীয়াসকলৰ মৃত্যুৰ বাবে জবাবদিহি কোন হ’ব? এই পর্যন্ত কোনো উত্তৰ নাই প্রশাসনৰ। গুৱাহাটী উন্নয়ন বিভাগ, গুৱাহাটী পৌৰ নিগম, লোকনির্মাণ বিভাগকে ধৰি সংশ্লিষ্ট সকলো বিভাগৰে চৰম ব্যৰ্থতা উদঙাই আজিও কৃত্রিম বানৰ জটিল পৰিস্থিতিৰ মাজত পৰা কক্‌কাইছে মহানগৰীৰ বিভিন্ন অঞ্চল।

ADVERTISEMENT

ইয়াৰ মাজতে নৈ-নলাৰ পৰা ইটোৰ পাছত সিটো মৃতদেহ উদ্ধাৰৰ ঘটনাই তীব্র আতংকৰ সৃষ্টি কৰিছে। পৰহি কৃত্রিম বানত পায়েল নাথ নামৰ মহানগৰীৰ এখন অলংকাৰ বিপণীত কৰ্মৰত মহিলাৰ মালিগাঁৱৰ উন্মুক্ত নলাত পৰি দুৰ্ভাগ্যজনক মৃত্যুৰ পাছত মহানগৰীৰ পৃথক স্থানৰ পৰা আজি তিনিটা মৃতদেহ উদ্ধাৰ হয়। পানীত পৰি এই লোকসকলে মৃত্যুক সাবটি লোৱা বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে।

উল্লেখ্য যে যোৱা ১৯ এপ্ৰিলৰ সন্ধিয়াৰ পৰা আৰম্ভ হোৱা ভয়াবহ কৃত্রিম বানৰ পাছত বিগত ৪৮ ঘণ্টাত মহানগৰীখনত চাৰিটাকৈ মৃতদেহ উদ্ধাৰ হয়। উদ্ধাৰ কৰা আটাইকেইটা মৃতদেহ পুৰুষৰ।

ইপিনে, মহানগৰীৰ কৃত্রিম বানৰ সমস্যা সমাধানত ব্যর্থ আৰু বানাক্রান্তক প্রয়োজনীয় সাহায্য প্রদান নকৰাৰ অভিযোগত মঙলবাৰে সদৌ গুৱাহাটী ছাত্র সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ শতাধিক কর্মীয়ে এই বিক্ষোভৰ জৰিয়তে চৰকাৰ, পৌৰ নিগম আৰু গুৱাহাটী উন্নয়নৰ লগত জড়িত বিভাগবোৰক ধিক্কাৰ-গৰিহণা দিয়ে। ইয়াৰ লগতে বন্যার্তক প্রয়োজনীয় সা-সুবিধা প্রদানৰো দাবী জনায় ছাত্র সন্থাই।

ইপিনে, মহানগৰীৰ অধিকাংশ অঞ্চলৰ পৰিস্থিতি আজিও জটিল হৈ আছে। মনকৰিবলগীয়া যে আজিও পানীত ডুবি থকা ৰুক্মিণীগাঁও আৰু হাতীগাঁও চাৰিআলিৰ পৰিস্থিতি মহানগৰীৰ আন কে’বাটাও বানাক্ৰান্ত অঞ্চলৰ তুলনাত নতুন। অথচ ৰুক্মিণী গাঁও গুৱাহাটীৰ কৃত্রিম বানৰ নতুন অভিকেন্দ্ৰত পৰিণত হৈছে। বৃহত্তৰ ৰুক্মিণীগাঁৱৰ বাসিন্দা অসম চৰকাৰৰ বৰ্তমানৰ আৰু প্ৰাক্তন কে’বাজনো প্রভাৱশালী মন্ত্রী-বিধায়ক। স্থানীয় বাসিন্দা দিব্যজ্যোতি কলিতাই ক্ষোভেৰে কয় যে তেওঁলোকৰ অঞ্চলটোত যে মন্ত্রী-বিধায়কো বাস কৰে সেইকথা ক’বলৈও লাজ লাগে। কলিতাই লগতে কয়, ‘ৰক্মিণীগাঁও গুৱাহাটীৰ বৃহৎ অঞ্চলৰ পানীৰ ডাষ্টবিন হৈছে। দিছপুৰৰ বৃহৎ অঞ্চলৰ পানী বৈ আহি এতিয়া ৰুক্মিণীগাঁৱত জমা হয়। ছুপাৰ মার্কেটৰ উৰণ সেতুখন নিৰ্মাণৰ পাছৰে পৰা আমাৰ অঞ্চলটোৰ এই সমস্যা অধিক জটিল হয়। জমা হোৱা পানীভাগ ওলাই যাব পৰিলেও সমস্যাটো কিছু পৰিমাণে লাঘব হ’লহেঁতেন।

তাৰ বিপৰীতে ইঞ্জিনিয়াৰ, ঠিকাদাৰৰ কৃপাত ৰুক্মিণীগাঁৱৰ পানী কাষেৰে বৈ যোৱা বাহিনী নদীত নপৰি নদীৰ পানীহে ওলোটাই সোমাই আহে। কাৰণ আমাৰ অঞ্চলটোৰ পৰা নদীলৈ যোৱা নলাৰ মুখখন নদীৰ বুকুতকৈ তলত আছে।’ তেওঁ কয়, ‘তাৰমানে সেইখিনি হিচাপ কৰিবলৈ ইঞ্জিনিয়াৰৰ সক্ষমতা নাই। নতুনকৈ নিৰ্মাণ কৰা নলাবোৰ আমাৰ কাৰণে ভালুকৰ সাঙী হৈছে।’ কলিতাই লগতে কয় যে ৰুক্মিণীগাঁৱৰ উৰণ সেতুখন নিৰ্মাণ কৰাৰ পূৰ্বে সকলোৱে অন্ততঃ অঞ্চলটোৰ দুৰৱস্থা নিজে অনুধাৱন কৰিব পাৰিছিল। কাৰণ ৰক্মিণীগাঁৱৰ গুৱাহাটী-শ্বিলং পথটোও কৃত্রিম বানত বুৰিছিল। এতিয়া উৰণ সেতুখন হোৱাত আনৰ বাবে ৰুক্মিণীগাঁওবাসীৰ দুৰ্যোগ অনুধাৱন কৰাৰো মুদা মৰিলে। অঞ্চলটোৰ বানাক্ৰান্তক সহায়-সহযোগিতা কৰাতো অৱহেলাৰ অভিযোগ উত্থাপিত হৈছে।

একেদৰে বুধবাৰেও পানী শুকোৱা নাই দিছপুৰ ৱাৰলেছ, ছার্ভে আদি অঞ্চলত। লাষ্টগেট-বেলতলা সংযোগী পথটোৰে আজি যাতায়াত যথেষ্ট ব্যাহত হয়। একেদৰে হাতীগাঁও, সিজুবাৰী, দক্ষিণ গাঁও আদি অঞ্চলৰ বহু উপ-পথ আজিও পানীৰ তলত আছে। ৰাজধানী মছজিদ-হাতীগাঁও সংযোগী পথটোৰ বৃহৎ অংশ আজিও পানীৰ তলত আছে। গড়চুক আৰু বৰাগাঁৱৰ কে’বাটাও উপ-পথ পানীত বুৰ গৈ আছে। গাড়ীগাঁও, জালুকবাৰী, সদিলাপুৰৰ বহুকেইটা উপ-পথৰ পানী আজিও শুকোৱা নাই।

ইপিনে, পানী শুকোৱা অঞ্চলবোৰৰ ৰাইজে যমৰ যাতনা ভুগিবলগীয়া হৈছে। পানীয়ে নিমিষতে ঘৰৰ মজিয়া বুৰাই পেলোৱাৰ পাছত শ শ পৰিয়ালৰ সা-সম্পত্তি নষ্ট হয়। গতিকে ঘৰ পৰিষ্কাৰ কৰাৰ পৰা নষ্ট হোৱা সামগ্ৰী ঠিক কৰালৈকে সাধাৰণ মানুহৰ বিলাই বিপত্তি নোহোৱা হৈছে। পানীত নষ্ট হোৱা বাহনৰে গুৱাহাটীৰ ছাৰ্ভিচ চেণ্টাৰ, বহু গেৰেজ ভৰি পৰিছে।

আনহাতে বৃহৎ ঢাক-ঢোল কোবাই বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানকোঠৰ নতুন টার্মিনেল। টার্মিনেলটোৰ আটকধুনীয়া ৰূপক লৈ চৰকাৰে আত্মপ্ৰচাৰত ব্যস্ত হয়। দেশৰ ভিতৰত অন্যতম সুন্দৰ বিমানকোঠ বুলি প্ৰচাৰ কৰা টার্মিনেলটোৰ গৌৰৱ ১৯ এপ্ৰিলৰ বৰষুণত একপ্ৰকাৰ ধূলিসাৎ হয়। কিয়নো টার্মিনেল ভৱনটোৰ কে’বাটাও স্থানেৰে পানী হোৰাহোৰে ভিতৰত প্ৰৱেশ কৰে। পানীৰ ডোঙাত ভৱনটোত ভৰি থ’বলৈ ঠাই নোহোৱা হয়।মঙলবাৰে ইয়াৰ মেৰামতি কৰি থকা হৈছে।

ইপিনে,মঙলবাৰে পুৱা সাউকুছি তিনিআলিৰ সমীপত বশিষ্ঠ নদীত এজন যুৱকৰ মৃতদেহ ভাহি থকা ৰাইজে প্রত্যক্ষ কৰে। লগে লগে সেই স্থানত অগণন লোকৰ সমাগম হয়। পাছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰে। মৃতদেহটো যোৱা ১৯ এপ্ৰিলৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ থকা নটবমাৰ যুৱক আখতাৰ আলীৰ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে। যুৱকজনৰ মৃত্যু কৃত্রিম বানৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে।

ইপিনে মঙলবাৰে আগবেলা জ্যোতিকুছিৰ মৰা ভৰলু নদীত দাতালপাৰাৰ অসীম কলিতা নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। এই যুৱকজনো ১৯ এপ্ৰিলৰ সন্ধিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল। গতিকে এইজন যুৱকৰো মৃত্যু কৃত্রিম বানৰ কৱলত পৰিয়েই হোৱা বুলি সন্দেহ কৰা হৈছে। তদুপৰি মঙলবাৰে দুপৰীয়া পামহীৰ লাচিতগড় অঞ্চলৰ এটা পৰিয়ালৰ ঘৰৰ পাছফালৰ নলাত আন এটা মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো চিনাক্ত হোৱা নাই। মৃতদেহটো পানীত উটি অহা বুলি সন্দেহ কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Artificial FloodGMCGuwahatiSDRF
publisher

publisher

Related Posts

লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ
Entertainment

লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

September 3, 2026
APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ
Assam

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

September 3, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

September 3, 2026
আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা
Assam

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

September 3, 2026
জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে
International

জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

September 3, 2026
ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d