মহানগৰীৰ শুক্রেশ্বৰ ঘাটৰ ব্ৰহ্মপুত্ৰৰ পানীত উপঙি থকা এগৰাকী মহিলাক উদ্ধাৰ

WhatsApp Image 2020 09 02 at 9.54.02 AM

■ আজি পুৱা মহানগৰীৰ শুক্রেশ্বৰ ঘাটৰ পৰা ব্রহ্মপুত্রত পানীৰ পৰা এগৰাকী মহিলাক উদ্ধাৰ।
■ সৌভাগ্যক্ৰমে বিৰুবাৰীৰ সন্দ্বীপ তিৱাৰী নামৰ লোকজনে মহিলাগৰাকীক পানীত উপঙি থকা দেখা পাই SDRF বাহিনীক ততাতৈয়াকৈ খবৰ দিয়ে।
■ পিছত SDRF বাহিনীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি পাণবজাৰ আৰক্ষীক গতাই দিয়ে ।

■ জানিব পৰা মতে মহিলাগৰাকী বেলতলাৰ সুমন বিষ্ণৈ আৰু বয়স ৩০ বছৰ।
■ মহিলাগৰাকীয়ে জাঁপ মাৰি আত্মহত্যাৰ অপচেষ্টা কৰিছিল সন্দেহ কৰা হৈছে ।

Exit mobile version