- বলীউডৰ ৰেপ গায়ক, সংগীত পৰিচালক তথা বিচাৰক ৰফতাৰ আক্ৰান্ত হৈছে কৰ’নাত।
- ছ’চিয়েল মিডিয়া যোগেৰে গায়কজনে এই কথা সদৰী কৰিছে ৷
- লগতে তেওঁৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থ বুলি জনাইছে ৰফতাৰে ৷
- বৰ্তমান ৰফতাৰ আছে হোম কোৱাৰেন্টাইনত ৷
কৰ’নাত আক্ৰান্ত ৰেপ গায়ক ৰফতাৰ
-
By publisher

- Categories: COVID-19, News
- Tags: Covid-19Indian rapperRaftaar
Related Content
এলিভেটেড কৰিড'ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
By
publisher
May 3, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
By
publisher
May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই
By
publisher
May 3, 2026
কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক
By
publisher
May 3, 2026
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ
By
publisher
May 3, 2026
দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী
By
publisher
May 2, 2026