Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

    Myanmar’s former leader Aung San Suu Kyi moved to house arrest:কাৰাগাৰৰ বন্ধ কোঠাৰ পৰা মুকলি আকাশৰ তললৈ ম্যানমাৰৰ প্ৰাক্তন নেত্রী আংছান চ্যু কী

    ব্যৱসায়ৰ বাবে সর্বাধিক ঋণ গ্রহণ উত্তৰ আৰু পূব ভাৰতৰ মহিলাৰ দক্ষিণ ভাৰতত গ’ল্ড লোন সর্বাধিক

    Cyber Criminal Arrested in hawly:চাইবাৰ অপৰাধৰ অভিযোগত আৰক্ষীৰ জালত আমছু নেতা সহ ৩ জন

    দেশজুৰি মোবাইলত ‘এক্সট্ৰিমলি ছিভিয়াৰ এলাৰ্ট’: আতংকৰ কাৰণ নহয়

    Guwahati:ভোট গণনালৈ মাজত মাত্ৰ এটা দিন

    Guwahati:ভোট গণনালৈ মাজত মাত্ৰ এটা দিন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

বৃদ্ধি পাব ধুমুহাৰ আশংকা

publisher by publisher
May 2, 2026
in India, News
Reading Time: 1 min read
0
দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী
1
SHARES
8
VIEWS
ShareShareShareShare

এপ্ৰিল মাহত দেশজুৰি তাপপ্ৰবাহ আৰু প্ৰচণ্ড গৰমে জনজীৱন অসহনীয় কৰি তুলিছিল । অৱশ্যে মাজে মাজে সক্ৰিয় হোৱা পশ্চিমি ধুমুহাৰ প্ৰভাৱত দেশৰ বিভিন্ন প্ৰান্তত ধুমুহা-বতাহ আৰু বৰষুণো হৈছিল, যাৰ ফলত মাহৰ অন্তিম সময়ত তাপমাত্রা অধিক বৃদ্ধি নাপালে।

ADVERTISEMENT

এই পৰিপ্ৰেক্ষিতত, মে’ মাহত তাপমাত্রা বৃদ্ধি পাব বুলি পূৰ্বানুমান প্ৰকাশ কৰিছিল ভাৰতীয় আবহাৱা বিভাগ(India Meteorological Department)এ। কিন্তু শেহতীয়াকৈ পশ্চিমি ধুমুহাৰ সক্ৰিয়তাৰ ফলত এতিয়া ধাৰণা কৰা হৈছে যে মে’ মাহতো দিনৰ সৰ্বোচ্চ তাপমাত্রা সাধাৰণ পৰ্যায়ত বা তাতকৈ কম থাকিব পাৰে।

RelatedPosts

দেশজুৰি প্ৰাক-বৰ্ষাৰ প্ৰভাৱ: মে’ মাহত বৰষুণ অব্যাহত

বতৰ বিজ্ঞান বিভাগৰ মতে, দেশৰ উত্তৰ-পশ্চিমাঞ্চলৰ কিছু অংশ, মধ্য ভাৰত আৰু উত্তৰ-পূৱ ভাৰতৰ দক্ষিণাংশত তাপমাত্রা সাধাৰণ বা তাৰ তলত থাকিব পাৰে।

আনহাতে, দেশৰ দক্ষিণ প্ৰান্ত, উত্তৰ-পূৱ আৰু উত্তৰ-পশ্চিমৰ কিছু অঞ্চলত দিনৰ তাপমাত্রা সাধাৰণতকৈ অধিক হ’ব পাৰে। সামগ্ৰিকভাৱে মে’ মাহৰ অধিকাংশ সময় ধুমুহা-বতাহ আৰু বৰষুণৰ মাজতেই অতিবাহিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

বতৰ বিজ্ঞানীসকলে জনোৱা মতে, মাৰ্চ মাহৰ পৰা দেশত পশ্চিমি ধুমুহাৰ প্ৰৱণতা বৃদ্ধি পাইছে। আৰব সাগৰৰ পৰা অহা জলীয় বাষ্পই এই ধুমুহা-বতাহ আৰু বৰষুণৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছে। মে’ মাহত এই প্ৰৱণতা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

মৃত্যুঞ্জয় মহাপাত্ৰ(Mrutyunjay Mohapatra)ৰ মতে, মে’ মাহত দেশজুৰি গড় বৃষ্টিপাততকৈ অধিক বৰষুণ হ’ব পাৰে। কিছুমান অঞ্চলত এই পৰিমাণ ১১০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব পাৰে।

যদিও অধিকাংশ স্থানত সাধাৰণ বা তাতকৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে, তথাপি সম্পূৰ্ণভাৱে তাপপ্ৰবাহ নোহোৱা হ’ব বুলি ক’ব নোৱাৰি। কিছুমান অঞ্চলত স্বাভাৱিকতকৈ অধিক তাপপ্ৰবাহো দেখা যাব পাৰে।

বিশেষকৈ হিমাচল প্ৰদেশ উত্তৰাখণ্ড, উত্তৰ-পূৱ বিহাৰ, দেশৰ পূৰ্ব উপকূলীয় ৰাজ্যসমূহ, গুজৰাট আৰু মহাৰাষ্ট্ৰত অধিক তাপপ্ৰবাহৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Weather Forecast
publisher

publisher

Related Posts

Myanmar’s former leader Aung San Suu Kyi moved to house arrest:কাৰাগাৰৰ বন্ধ কোঠাৰ পৰা মুকলি আকাশৰ তললৈ ম্যানমাৰৰ প্ৰাক্তন নেত্রী আংছান চ্যু কী
News

Myanmar’s former leader Aung San Suu Kyi moved to house arrest:কাৰাগাৰৰ বন্ধ কোঠাৰ পৰা মুকলি আকাশৰ তললৈ ম্যানমাৰৰ প্ৰাক্তন নেত্রী আংছান চ্যু কী

May 2, 2026
ব্যৱসায়ৰ বাবে সর্বাধিক ঋণ গ্রহণ উত্তৰ আৰু পূব ভাৰতৰ মহিলাৰ দক্ষিণ ভাৰতত গ’ল্ড লোন সর্বাধিক
India

ব্যৱসায়ৰ বাবে সর্বাধিক ঋণ গ্রহণ উত্তৰ আৰু পূব ভাৰতৰ মহিলাৰ দক্ষিণ ভাৰতত গ’ল্ড লোন সর্বাধিক

May 2, 2026
Cyber Criminal Arrested in hawly:চাইবাৰ অপৰাধৰ অভিযোগত আৰক্ষীৰ জালত আমছু নেতা সহ ৩ জন
News

Cyber Criminal Arrested in hawly:চাইবাৰ অপৰাধৰ অভিযোগত আৰক্ষীৰ জালত আমছু নেতা সহ ৩ জন

May 2, 2026
দেশজুৰি মোবাইলত ‘এক্সট্ৰিমলি ছিভিয়াৰ এলাৰ্ট’: আতংকৰ কাৰণ নহয়
India

দেশজুৰি মোবাইলত ‘এক্সট্ৰিমলি ছিভিয়াৰ এলাৰ্ট’: আতংকৰ কাৰণ নহয়

May 2, 2026
Guwahati:ভোট গণনালৈ মাজত মাত্ৰ এটা দিন
News

Guwahati:ভোট গণনালৈ মাজত মাত্ৰ এটা দিন

May 2, 2026
দেশজুৰি প্ৰাক-বৰ্ষাৰ প্ৰভাৱ: মে’ মাহত বৰষুণ অব্যাহত
News

দেশজুৰি প্ৰাক-বৰ্ষাৰ প্ৰভাৱ: মে’ মাহত বৰষুণ অব্যাহত

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d