Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

publisher by publisher
May 3, 2026
in Assam, News
Reading Time: 1 min read
0
এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত

এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলী দীপৰ বিল ধ্বংসত নামিছে ভাৰতীয় বেল বিভাগ। গুৱাহাটী মহানগৰীৰো পৰিৱেশ নির্মল কৰি ৰখাৰ প্ৰতি বৰঙণি আগবঢ়াই অহা প্রকৃতিৰ ৰম্যপুৰী বিলখনৰ দাঁতিৰ দুশ জোপা গছ কাটি পেলোৱাৰ যো-জা চলাইছে ৰেল বিভাগে। দীপৰ বিললৈ অহা বনৰীয়া হাতীৰ প্ৰাণৰক্ষাক অজুহাত দি ৰেল বিভাগে ৪.৭০ কিলোমিটাৰ দৈর্ঘ্যৰ এক এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত এই বৃহৎসংখ্যক গছ কাটি পেলোৱাৰ আঁচনি লৈছে।

ADVERTISEMENT

ইতিমধ্যে যোৱা ২৪ এপ্ৰিলৰ পৰা ২৮ এপ্ৰিলৰ ভিতৰত চেণ্ডনকে ধৰি ৪০ জোপা মূল্যৱান গছ বন বিভাগৰ সহযোগত ৰেল বিভাগে কাটি পেলালে। স্বাভাবিকতে ইয়াকে লৈ স্থানীয় ৰাইজৰ লগতে প্রকৃতিপ্রেমীসকলৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্রমোদ কলিতাই ক্ষোভেৰে কয় যে ৰেল বিভাগে স্থানীয় ৰাইজৰ দাবীক আওকাণ কৰি গছসমূহ কাটি পেলোৱাৰ পৰিৱৰ্তে সংৰোপণৰ ব্যৱস্থা নকৰিলে।

বিভাগৰ এই কাৰ্যত আশ্চর্য প্রকাশ কৰি কলিতাই লগতে কয়, ‘আমি ৰেল প্রকল্পটোৰ বিৰোধী নহয়। বৰঞ্চ বেলৰ খুন্দাৰ পৰা হাতীকে ধৰি বন্য জীৱ-জন্তুৰ প্ৰাণ ৰক্ষাৰ বাবে দীপৰ বিলৰ অংশখিনিত এলিভেটেড কৰিড’ৰ নিৰ্মাণ কৰাৰ বাবে আমিয়েই দাবী জনাই আহিছো। কিন্তু গছ-গছনি, প্রকৃতি ৰক্ষা কৰিহে এলিভেটেড কৰিড’ৰ নিৰ্মাণ কৰাৰ বাবে আমি বেলবে কর্তৃপক্ষক বহুৱাবৰ দাবী জনাইছিলো। এই সন্দৰ্ভত আমি ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্রণালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিলো। আমাৰ পত্ৰৰ ভিত্তিত পৰিৱেশ মন্ত্রণালয়ে নিতান্ত প্রয়োজন হ’লেহে গছ কাটিবলৈ আৰু যিমান পাৰি নকটাকৈ বৈজ্ঞানিক পদ্ধতিৰে সংৰোপণ কৰি উঠাই নি সেই গছ আন ঠাইত ৰোপণ কৰিবলৈ নির্দেশ দিছিল; কিন্তু বাস্তৱত ইয়াৰ বিপৰীত ছবিহে পৰিস্ফুট হৈছে। সংৰোপণ কৰি উঠাই নি আন ঠাইত ৰোপণ কৰাৰ ব্যৱস্থা কৰা নাই বেল আৰু বন বিভাগে।’

আনহাতে, ৰেল বিভাগে দাবী কৰা অনুসৰি, উক্ত প্রকল্প নিৰ্মাণ হ’লে দীপৰ বিলত ৰেলৰ খুন্দাত কোনো দিনে বন্যহস্তীৰ মৃত্যু নহ’ব। উল্লেখ্য যে দীপৰ বিলৰ দাঁতিকাষৰীয়া চকর্দো মাটিয়া অঞ্চলৰ পৰা পুৰণি ডাম্পিং গ্রাউণ্ডৰ সমীপলৈ নিৰ্মাণ হ’ব এই কৰিড’ৰ। ১৯৯১-৯২ত আজাবা-কামাখ্যা বেলপথছোৱা নির্মাণ সম্পূর্ণ হোৱাৰ পথত দীপৰ বিলৰ দাঁতিৰে যোৱা ৰেলপথছোৱাত দুর্ঘটনাৰ বাবে বিভিন্ন সময়ত বন্যহস্তী মৃত্যুমুখত পৰিবলগীয়া হৈছে।

এই বিললৈ দাঁতিকাষৰীয়া ৰাণী আৰু গড়ভঙা বনাঞ্চলৰ পৰা জলকেলি কৰিবলৈ নামি আহে বন্যহস্তীৰ জাক। গতিকে দীপৰ বিল সুৰক্ষা মঞ্চই দীপৰ বিললৈ জলকেলি কৰিবলৈ অহা বন্যহস্তীৰ পথসমূহ সুৰক্ষিত কৰাৰ লগতে উক্ত স্থানেৰে যোৱা ৰেলপথটো ৰেলৱে উৰণ সেতুলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰক পূৰ্বৰে পৰা দাবী জনাই আহিছিল।

অৱশেষত চকর্দো মাটিয়া অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা যোগীঘোপা ৰেলপথটোৰ ৪.৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু ২১ ফুট উচ্চতাত এখন ৰেলৱে উৰণ সেতু তথা এলিভেটেডৰ কৰিড’ৰ নিৰ্মাণ কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱে কর্তৃপক্ষই শেহতীয়াভাবে দীপৰ বিলৰ দাঁতিত থকা চকৰ্দোত গছ কটা আৰম্ভকৰিছে।

অথচ প্ৰতি বছৰে ডিচেম্বৰ-জানুৱাৰীত এই অঞ্চললৈ দূৰদূৰণিৰ পৰা অনেকে বনভোজ খাবলৈ আহে। ইয়াৰ কাৰণ হৈছে অঞ্চলটোৰ মনোৰম প্ৰাকৃতিক পৰিৱেশ। ৰেল বিভাগে পৰিকল্পনা কৰা অনুসৰি দুশ জোপা গছ কাটি পেলালে প্রাকৃতিক পৰিৱেশো ধ্বংস হোৱাটো নিশ্চিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত
India

October 21, 2026
এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ
India

এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

October 21, 2026
সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি
India

সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

October 21, 2026
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ
International

ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

October 21, 2026
দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ
India

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

October 21, 2026
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

October 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d