Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

    ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

মই কেতিয়াও সুশান্তৰ মৃত্যুক হত্যা বুলি কোৱা নাই : অংকিতা লোখণ্ডে

samimsultana by samimsultana
September 10, 2020
in Crime, News
Reading Time: 1 min read
0
মই কেতিয়াও সুশান্তৰ মৃত্যুক হত্যা বুলি কোৱা নাই : অংকিতা লোখণ্ডে
2
SHARES
19
VIEWS
ShareShareShareShare

বৃহস্পতিবাৰে সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডে কয় যে, তাই কোনোদিন সুশান্তক হত্যা কৰা হৈছে বুলি কোৱা নাই, কিন্তু প্ৰয়াত বন্ধু আৰু সুশান্তৰ পৰিয়ালৰ বাবে নিশ্চিতভাৱে ন্যায় বিচাৰিছে । উল্লেখ্য যে, বান্দ্ৰাস্থিত বাসগৃহত জুনমাহত ৩৪ বছৰীয়া অভিনেতাগৰাকীৰ মৃতদেহ পোৱা গৈছিল । মৃত্যুৰ পাছতে মিডিয়াত সৃষ্টি হয় বিভিন্ন বিবাদৰ ।

ADVERTISEMENT

আনহাতে, জি টিভিৰ জনপ্ৰিয় এখন ধাৰাবাহিক ‘পবিত্ৰ ৰিচতা’ৰ ছেটত সুশান্ত ৰাজপুতক লগ পোৱা আৰু ২০১৬ লৈকে সুশান্তৰ স’তে সম্পৰ্কত থকা অংকিতা লোখণ্ডে এনচিবিয়ে ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ পাছতে টুইটাৰত ন্যায়ৰ সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰে ।

RelatedPosts

ৰূপালী পৰ্দাত দেখা যাব সুশান্ত সিং ৰাজপুত-ৰিয়া চক্ৰৱৰ্তীৰ প্ৰেম! 

Sushant Singh Rajput : সুশান্ত সিং ৰহস্যত বিৰাট চমক !

Sushant singh Rajput : সুশান্তৰ ভাড়াঘৰক লৈ সমস্যাত মালিক, আঢ়ৈ বছৰে নাই ভাড়াতীয়া

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগত জড়িত ড্ৰাগছৰ সন্দৰ্ভত এনচিবি য়ে মঙলবাৰে ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰে। ৰিয়াক গ্ৰেপ্তাৰ কৰাৰ পাছতে অংকিতাই টুইটাৰত লিখে যে, “ভাগ্যৰ বলত একো নহয় । আপুনি আপোনাৰ কাৰ্যৰ জৰিয়তে ভাগ্য নিৰ্ণয় কৰক। এয়াই কৰ্ম ।”

সামাজিক মাধ্যমত এক বিবৃতি শ্বেয়াৰ কৰাৰ লগতে অংকিতাই সুশান্তৰ পৰিয়ালক সমৰ্থন কৰাৰ কিছুমান কাৰণ প্ৰকাশ কৰে,  “মিডিয়াৰ জৰিয়তে মোক বিভিন্ন সময়ত বাৰে বাৰে প্ৰশ্ন কৰি থকা হৈছে যে, সুশান্তৰ মৃত্যু হত্যা নে আত্মহত্যা? সেয়ে মই পুনৰ স্পষ্ট কৰিছো যে, মই কোনোদিন এয়া এক হত্যা বা ইয়াৰ লগত কোনোবা বিশেষ ব্যক্তি দায়ী বুলি কোৱা নাই।”

লগতে অংকিতাই লিখে যে, “মই সদায় মোৰ প্ৰয়াত বন্ধু সুশান্তৰ ন্যায়ৰ বাবে শোক সন্তপ্ত পৰিয়ালটিৰ লগত থিয় দিছো আৰু তদন্তকাৰী সংস্থাৰ দ্বাৰা সত্যৰ বিচাৰ হোৱাটো বিচাৰো ।”

অভিনেত্ৰীগৰাকীয়ে নিজকে মহাৰাষ্ট্ৰ আৰু ভাৰতীয় নাগৰিক হিচাপে কৈ কয় যে, “ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে।”

সুশান্তৰ মানসিক স্বাস্থ্যৰ সন্দৰ্ভত কয় যে, “ৰিয়াই এফালে সুশান্তক মানসিক স্বাস্থ্যৰ অৱনতিৰ বাবে চিকিৎসকৰ ওচৰত চিকিৎসাও কৰাইছিল আৰু আনফালে ড্ৰাগছৰো যোগান ধৰিছিল ।”

“এনে কোনো ব্যক্তি আছেনে, যিয়ে কাৰোবাক ইমান গভীৰভাৱে ভালপোৱাৰ দাবী কৰাৰ পাছত আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটাৰ বিষয়ে জানিও ড্ৰাগছৰ সেৱন কৰিবলৈ অনুমতি দিয়ে । এই অসতৰ্কতা আৰু দায়িত্বহীন কার্যক আপুনি কেনেদৰে প্ৰত্যক্ষ কৰিব?” সুশান্তৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটাৰ বিষয়ে আৰু ড্ৰাগছ সেৱনৰ বিষয়ে কিয় সুশান্তৰ পৰিয়ালক জনোৱা নহ’ল বুলিও প্ৰশ্ন কৰে অংকিতাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ankita LokhandeSushant Singh Rajput
samimsultana

samimsultana

Related Posts

BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports

April 30, 2026
ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি
News

ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

April 30, 2026
New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ
News

New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

April 30, 2026
ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ
Assam

ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

April 30, 2026
সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ
News

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা
News

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d