Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব

    Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

    Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

    দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ

    Chirang:চিৰাঙৰ কাজলগাঁৱস্থিত আলাইখুংগ্ৰী পথাৰত বিপিএফৰ ৯৩ সংখ্যক কাৰ্যনিৰ্বাহক সভা 

    চলিত বর্ষত লেপটপ-ডেক্সটপৰ মূল্য ৩৫ শতাংশ হ’ব পাৰে বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কালৰ গতিত হেৰাই গৈছে ইতিহাসপ্ৰসিদ্ধ ‘কতৌ হোলা’ পুখুৰী

publisher by publisher
September 13, 2020
in Assam, News
Reading Time: 1 min read
0
কালৰ গতিত হেৰাই গৈছে ইতিহাসপ্ৰসিদ্ধ ‘কতৌ হোলা’ পুখুৰী
1
SHARES
9
VIEWS
ShareShareShareShare

সংৰক্ষণৰ অভাৱত লাহে লাহে হেৰাই যাবলৈ ধৰিছে ৰাজ্যখনৰ বহু ইতিহাসপ্ৰসিদ্ধ সমল । এই সমূহ সংৰক্ষণৰ দায়িত্ব ৰাজ্য চৰকাৰৰ যদিও চৰকাৰৰ অৱহেলাৰ বাবেই কালৰ গতিত লাহে লাহে নিশ্চিহ্ন হ’বলৈ ধৰিছে বহু পৌৰাণিক কীৰ্তিচিহ্ন ।

ADVERTISEMENT

নগাঁও জিলাৰো বিভিন্ন প্ৰান্তত বহু ইতিহাস প্ৰসিদ্ধ আৰু সমল নিশ্চিহ্ন হৈ পৰা পৰিলক্ষিত হৈছে । মানৰ বৰ্বৰ আক্ৰমণৰ স্মৃতি সজীৱ কৰি অহা নগাঁও জিলাৰ ধিঙৰ আঠগাঁও-লহকৰ ৰিজাৰ্ভত থকা কতৌ হোলা পুখুৰীৰ অস্তিত্বও লাহে লাহে হেৰাই যাব ধৰিছে ।

RelatedPosts

Nagaon:নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

উল্লেখ্য যে, মানৰ চোৰাংচোৱা হিচাপে থকা কতৌ নামৰ এজন লোকে মানৰ লগ লাগি ধিং ৰাইজৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলাইছিল । বিক্ষোভ ৰাইজে সেই পুখুৰীটোৰ ওপৰত গাঁত খান্দি সেই গাঁতত কতৌক ডিঙিলৈকে পুতি তাৰ মূৰত শিল এচটা দি শাস্তি বিহে । তেনেকৈয়ে সাতদিন যন্ত্ৰণা সহি কতৌৱে মৃত্যুক সাবটি ল’বলগীয়া হয় ।

পৰৱৰ্ত্তী সময়ত সেই পুখুৰীটোৰ নাম কতৌ পুখুৰী ৰখা হয় । বনবিভাগৰ দখলত থকা আঠগাঁও-লহকৰ ৰিজাৰ্ভৰ বিশাল ভূ-খণ্ড বিগত ২০০৬ চনত ৰাজহ বিভাগে ধিং জৱাহৰ নৱোদয় বিদ্যালয়ক আবন্টন দিয়াত এই ঐতিহাসিক প্ৰসিদ্ধ কতৌ হোলাটোও কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিদ্যালয় খনৰ দখললৈ যায় । বিদ্যালয় কৰ্তৃপক্ষই আবন্টন লাভ কৰা ভূমিত পকী বেৰা নিৰ্মাণ কৰে আৰু কতৌ হোলা পুখুৰীতো কিছু পৰিমাণে পুতি পেলায় ।

২০১৪-১৫ বর্ষত মৈৰাবাৰী উন্নয়ন খণ্ডৰ লহকৰ গাঁও পঞ্চায়তে মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত এই পুখুৰীটোৰ ভূমি উন্নয়নৰ নামত ১১ লাখ ৬৯ হেজাৰ টকা আবন্টন দি মাত্ৰ ২০-৩০ হেজাৰ টকাৰ মাটি পেলাই চৰকাৰী ধনৰ ওপৰত লুণ্ঠন চলায় । সেই কতৌ হোলা পুখুৰীয়ে মানৰ বৰ্বৰ আক্ৰমণৰ ভয়াবহতাৰ ছবিখন সোঁৱৰাই দিয়ে ।

সেই কতৌ হোলা পুখুৰীৰ কোনো সংৰক্ষণৰ ব্যৱস্থাই নকৰিলে ৰাজ্য চৰকাৰে । এই কতৌ হোলাৰ ইতিহাসৰ বিষয়ে ইতিপূৰ্বে বিশিষ্ট সাহিত্যিক প্ৰয়াত প্ৰদীপ শইকীয়া আৰু বিশিষ্ট গৱেষক ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান হাজৰিকাৰ লেখাত বহু তথ্য প্ৰকাশ পাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamNagaon
publisher

publisher

Related Posts

Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব
News

March 12, 2026
Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
Crime

Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

March 12, 2026
Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ
News

Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

March 12, 2026
দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ
News

দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ

March 12, 2026
Chirang:চিৰাঙৰ কাজলগাঁৱস্থিত আলাইখুংগ্ৰী পথাৰত বিপিএফৰ ৯৩ সংখ্যক কাৰ্যনিৰ্বাহক সভা 
News

Chirang:চিৰাঙৰ কাজলগাঁৱস্থিত আলাইখুংগ্ৰী পথাৰত বিপিএফৰ ৯৩ সংখ্যক কাৰ্যনিৰ্বাহক সভা 

March 12, 2026
চলিত বর্ষত লেপটপ-ডেক্সটপৰ মূল্য ৩৫ শতাংশ হ’ব পাৰে বৃদ্ধি
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d