Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

    Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ক’ভিড-১৯ৰ আতংকৰ মাজতে ওদালগুৰিত বিজেপিৰ বিশাল সাংগঠনিক সভা

publisher by publisher
September 20, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
ক’ভিড-১৯ৰ আতংকৰ মাজতে ওদালগুৰিত বিজেপিৰ বিশাল সাংগঠনিক সভা
1
SHARES
13
VIEWS
ShareShareShareShare

ৰাজ্যজুৰি ক’ভিড-১৯ আতংকৰ মাজতে বিটিচিত চলি আছে ইখনৰ পিছত সিখন বৃহৎ নিৰ্বাচনী সভা‌ । ইয়াৰ মাজতে আজি ওদালগুৰিত বিজেপিয়েও নিজৰ শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় । ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত আজি ওদালগুৰি জিলাৰ কে’বাটাও প্ৰান্তত বিজেপি দলটোৱে সভা অনুষ্ঠিত কৰে।

ADVERTISEMENT

৩৮ নং ভৈৰৱকুণ্ড সমষ্টি, ভৈৰৱকুণ্ড মণ্ডল আৰু ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰঙ্গণত দলটোৱে বিশাল সাংগঠনিক ও ক’ভিড-১৯ সজাগতা সভা অনুষ্ঠিত কৰে। বিয়লি প্ৰায় ৩-৩০ বজাত অনুষ্ঠিত এই সভাত ভাষণ প্ৰদান কৰি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কে’বাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ।

RelatedPosts

Panchayat Election Result Update:বঙাইগাঁও জিলাত বিধ্বস্ত কংগ্ৰেছ , বিজেপি মিত্ৰজোঁটৰ জয়যাত্ৰা অব্যাহত

Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

অপাৰেচন সিন্দূৰ সন্দৰ্ভত কেন্দ্ৰত সৰ্বদলীয় বৈঠক, নেতৃত্বত শ্বাহ-ৰাজনাথ !

তেওঁ কয় বিটিচিত এতিয়া ৰাইজ হিল দ’ল ভাঙি বিজেপিৰ সমৰ্থনত ওলাই আহিছে। আগন্তুক নিৰ্বাচনত বিজেপি দলে বিটিচি দখল কৰি ইয়াত চলি থকা অপশাসন-দুৰ্নীতি নাইকীয়া কৰিব। আমি এনে এখন বিটিচিৰ সপোন দেখিছো, য’ত কেৱল পৰিষদৰ কাৰ্যবাহী সদস্যৰ পৰিয়ালেই চাকৰি নাপায়, সকলো লোকে চাকৰিৰ অধিকাৰ পাব লাগিব ।

ইফালে আন এক প্ৰসংগ উত্থাপন কৰি বিজেপি নেতাগৰাকীয়ে কয় যে অসমত থকা বাংলাদেশী মূলৰ মানুহখিনিয়ে কেৱল মাত্ৰ কংগ্ৰেছ বা এআইইউডিএফকহে ভোট দি জয়ী কৰি আহিছে । যাৰ বাবে আমি ভাবি চাবলৈ সময় হ’ল ।

ইফালে বিটিচিত নিৰ্বাচনী অধিসূচনা জাৰি হৈ থকা হেতুকে বন্ধ হৈ থকা অৰুণোদয় আঁচনিক লৈও মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে ৰাজ্য চৰকাৰৰ কেতবোৰ আঁচনিৰ খতিয়ানো ভাষণত দাঙি ধৰে ।

ইফালে ক’ভিড-১৯ৰ মাজত এনেদৰে বিশাল সভা অনুষ্ঠিত কৰাক লৈ সাংবাদিকে সোধা প্ৰশ্নত হাজৰিকাই কয় যে, যিহেতে বিপিএফ-ইউপিপিএল-কংগ্ৰেছ সকলোৱে নিৰ্বাচনী প্ৰচাৰ চলাই আছে, সেয়েহে বিজেপি দলেও এনেদৰে সভা কৰিবলৈ বাধ্য হৈছো ।

উল্লেখ্য যে এই বিশাল জনসভাত ক’ভিড-১৯ প্ৰট’কল ভঙ্গ হোৱা পৰিলক্ষিত হয়। কোনো ধৰণৰ সামাজিক ব্যৱধান নোহোৱাকৈ বহু স‌খ্যক লোকে মাস্কবিহীনভাৱে সভাত অংশ লোৱা দৃশ্যও দেখা যায় ।

আজিৰ এই সভাত জিলা বিজেপিৰ সভাপতি কাৰ্তিক চন্দ্ৰ বড়ো, সম্পাদকদ্বয় ক্ৰমে অজয় কুমাৰ হাজৰিকা, বিৰদাও বসুমতাৰীসহ ওদালগুৰি জিলাৰ কে’বাটাও পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীসকল উপস্থিত থাকে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBJPPijush HazarikaUdalguri
publisher

publisher

Related Posts

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে
India

May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
News

Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
News

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

May 12, 2025
Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান
News

Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

May 12, 2025
Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন
News

Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d