বন্যজীৱ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ সাফল্যঃ৫জনক আটক

8effeb58 df3f 44b7 9512 6a374aefc023

এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি বন্যজীৱ অপৰাধ নিয়ন্ত্ৰণ শাখা আৰু হোজাই আৰক্ষীৰ যুটীয়া অভিযানত ৫,৭২৫ কে.জি জীৱ জন্তৰ অংগ উদ্ধাৰ কৰে। লগতে আৰক্ষীয়ে পাঁচজন লোকক আটক কৰে। আৰক্ষীয়ে আটক কৰা লোককেইজন হৈছে:

ব্ৰজকুমাৰ সিন্হা ৰজাবাৰী,হোজাই ৷

মোহন কুমাৰ ইংতি,ডংকিগাঁও হোজাই ৷

ৰহ্মতুল্লা,ডংকিগাঁও,হোজাই

নিজামুদ্দিন ,ডংকিগাঁও,হোজাই

বিৰু সিং,নতুন বাজাৰ হোজাই

Exit mobile version