অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মহানগৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে |গুৱাহাটী প্ৰেছ ক্লাবৰ সমুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰীৰ ফনীভূষন চোধুৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ গ’ বেক, মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লগানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে | শেষত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি পাণবজাৰ থানালৈ লৈ যায় |
মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
-
By publisher

- Categories: Assam, News
- Tags: AJYCPAsom Jatiyatabadi Yuba Chatra ParishadAssamSarbananda Sonowal
Related Content
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
By
publisher
April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে'ল দুর্ঘটনা
By
publisher
April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
By
publisher
April 28, 2026