- প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ পুনৰ অসুস্থ।
- শৰীৰত অক্সিজেনৰ পৰিমাণ হ্ৰাস।
- আই চি ইউত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰীজনক ।
- নিশাৰে পৰা বিশেষজ্ঞ চিকিৎসকৰ দলে গগৈক চিকিৎসা সেৱা আগবঢ়াই আছে।
ADVERTISEMENT
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.