পেৰাচাইক্লিষ্ট ৰাকেশ বণিকৰ ২০ দিনীয়া ‘প্ৰত্যয় যাত্ৰা’

WhatsApp Image 2020 09 25 at 12.59.05 PM

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আঁচনিৰ সজাগতাৰ বৃদ্ধিৰ লক্ষ্যৰে পেৰাচাইক্লিষ্ট ৰাকেশ বণিকে শুকুৰবাৰৰ পৰা আৰম্ভ কৰিছে ২০ দিনীয়া “প্ৰত্যয় যাত্ৰা” শীৰ্ষক এক কাৰ্যসূচী ৷

ৰাজ্যৰ প্ৰতিখন জিলাক সামৰি আৰম্ভ কৰা এই কাৰ্যসূচী আজি পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাৰ্য্যালয় সন্মুখৰ পৰা বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলে শুভাৰম্ভ কৰে ৷ এই ২০ দিনীয়া প্ৰত্যয় যাত্ৰাই ৰাইজৰ মাজত সজাগতা আনিব বুলি মন্ত্ৰীজনে মত পোষণ কৰে ৷

Exit mobile version