গুৱাহাটী ৰেলৱে ষ্টেচনত ১২ কেজি পৰিমাণৰ ৭ পেকেট নিষিদ্ধ গাঞ্জা জব্দ

WhatsApp Image 2020 09 29 at 3.12.35 PM

■ আজি পুৱা ৭.২২ বজাত গুৱাহাটী ৰেলৱে ষ্টেচনত ১২ কেজি পৰিমাণৰ ৭ পেকেট নিষিদ্ধ গাঞ্জা দুজন যাত্রীৰ পৰা জব্দ কৰে ।
■ যাত্ৰী দুজন ক্ৰমে বিহাৰৰ ৰাজেশ মণ্ডল আৰু অংকিত কুমাৰ (২৫) ।
■ নিষিদ্ধ গাঞ্জাখিনি জব্দ কৰা ৰাজধানী এক্সপ্ৰেছখনৰ নম্বৰ 02501 DN AGTL-NDL । কেবিন ‘জি’ৰ চিট নম্বৰ ১৯ আৰু ২০ ।

Exit mobile version