Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

     Foundation Day Of Three-Day Agradoot: তিনিদিনীয়া ‘অগ্ৰদূতে’ আজি গৰকিলে ৫২টা বৰ্ষ

    Assam Sahitya Sabha :অসম সাহিত্য সভাৰ ৭৬ সংখ্যক পুৰ্ণাঙ্গ অধিৱেশন

    G20 Delegates Visit Kaziranga National Park :জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন

    Foot Bridge Opens At Fancy Bazar:মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই মুকলি হ’ল

    Union Budget 2023:লোকসভাত দাখিল হ’ল কেন্দ্ৰীয় বাজেট

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

স্তব্ধ হ’ব নেকি নিযুক্তি কেলেংকাৰীৰ তদন্ত

publisher by publisher
September 30, 2020
in Assam, News
Reading Time: 1 min read
0
স্তব্ধ হ’ব নেকি নিযুক্তি কেলেংকাৰীৰ তদন্ত
1
SHARES
13
VIEWS
ShareShareShareShare

দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল বুলি দাবী কৰা চৰকাৰে ৰাজ্যত জোঁকাৰণিৰ সৃষ্টি কৰা কে’বাটাও গােচৰৰ তদন্তৰ দায়িত্ব অর্পণ কৰিছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চি আই ডি)ক। ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ অধীনস্থ চি আই ডিৰ তদন্তাধীন হৈ থকা এনেবােৰ গােচৰৰ অধিকাংশৰে ফলাফল শূন্য। ইয়াকে লৈ ৰাজ্যৰ সর্বস্তৰৰ লোক উদ্বিগ্ন হােৱাৰ সময়তে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) পদৰ লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিল সম্পর্কত নিযুক্তি ব’ৰ্ডৰ সদ্য পদত্যাগী অধ্যক্ষ প্রদীপ কুমাৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত চি আই ডিয়ে চি আই ডি থানাত শেহতীয়াকৈ ২১/২০২০ নম্বৰত ৰুজু কৰে আন এক গােচৰ ।

ADVERTISEMENT

সমগ্ৰ ৰাজ্যত ইতিপূর্বে জোকাৰণিৰ সৃষ্টি কৰা বিয়াগােম কেলেংকাৰিৰ গােচৰসমূহৰ দৰে প্রশ্নকাকত ফাদিল সম্পৰ্কত চি আই ডিৰ গােচৰৰ তদন্ত প্রক্রিয়াও দিছপুৰৰ প্ৰভাৱশালী চক্ৰৰ অদৃশ্য হেঁচাত ক্রমে স্তব্ধ হােৱাৰ দিশে আগবাঢ়িছে। প্রশ্নকাকত ফাদিলৰ ঘটনাৰ লগতে মুখ্যমন্ত্রী কার্যালয় (চি এম অ’)ৰ একাংশ বিষয়া-কৰ্মচাৰীৰ নাম সাঙোৰ খাই পৰাক কেন্দ্ৰ কৰিয়ে এই আশংকা ঘনীভূত হৈছে। চি আই ডিৰ সূত্ৰই আজি এই কথা সদৰী কৰি জনােৱা মতে, অসম আৰক্ষীত নিযুক্তি আৰু কৰ্মৰত আৰক্ষীৰ পদোন্নতিৰ নামত দীর্ঘদিন দিছপুৰৰ প্ৰভাৱশালী চক্ৰৰ ছত্রছায়াত একাংশ শীর্ষ আৰক্ষী বিষয়াই অব্যাহত ৰাখিছে ছিণ্ডিকেটজ।

RelatedPosts

Achurjya Borpatra : অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ

Tezpur Teacher: তেজপুৰত অৱসৰী শিক্ষকৰ নিদৰ্শন

Bhelengi River : ভেলেঙী নদীৰ ব্যাপক খহনীয়াই নিঃশ্চিহ্ন বহু কৃষক পৰিয়ালৰ মাটি-ভেটি খেতি পথাৰ

এই চক্ৰটোৰ লগত ঘনিষ্ঠতা আছে প্রাক্তন উপ-মহাপৰিদৰ্শক প্রশান্ত কুমাৰ দত্তৰ । ইয়াৰ সুবাদতে কুখ্যাত প্রাক্তন আৰক্ষী বিষয়া পি কে দত্তই মুখ্যমন্ত্রী কার্যালয় (চি এম অ’)ত কৰ্মৰত এগৰাকী মহিলা বিষয়াৰ হেঙেৰাবাৰীস্থিত বাসগৃহত সঘনে মিলিত হয় গােপন বৈঠকত। এই বৈঠকত বর্তমানেও অসম আৰক্ষীত কৰ্মৰত শীর্ষ পর্যায়ৰ আন কে’বাজনাে আৰক্ষী বিষয়া মিলিত হয়। শেহতীয়াকৈ বাতিল হােৱা আৰক্ষী উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ পূর্বে এই প্ৰভাৱশালী চক্ৰটোৱে সংশ্লিষ্ট বিষয়াগৰাকীৰ হেঙেৰাবাৰীস্থ বাসগৃহত সঘনে মিলিত হয় ।

প্রশ্নকাকত ফাদিলৰ গােচৰত গ্রেপ্তাৰ হােৱা দলগাঁও নিবাসী তথা পলাতক পি কে দত্তৰ গাড়ীচালক আতােৱাৰ আলীয়ে চি আই ডিয়ে চলােৱা জেৰাৰ সময়ত এই কথা স্বীকাৰ কৰে। ধৃত আনােৱাৰৰ ভাষ্যৰ আধাৰতে চি আই ডিয়ে যােৱা নিশা সংশ্লিষ্ট বিষয়াগৰাকীৰ বাসগৃহত অভিযানৰ উদ্দেশ্যে উপস্থিত হয়। কিন্তু ওপৰৰ নিৰ্দেশত চি আই ডিৰ অভিযানকাৰী দলটোৱে আধাতে অভিযান সামৰি যােৱা বাটে উভতি আহিবলৈ বাধ্য হৈ পৰে বুলি সূত্ৰটোৱে জনায় ।

ফলত পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ লিখিত পৰীক্ষাৰ নামত সংঘটিত কেলেংকাৰি সম্পৰ্কত ৰুজু হৈ থকা ১৪/২০১৮ তথা কয়লা কেলেংকাৰি সম্পৰ্কত ৰুজু হৈ থকা ৬/২০১৮ নম্বৰ গােচৰৰ দৰে আৰক্ষী উপ-পৰিদৰ্শক সদৰ প্ৰশ্নকাকত ফাদিল সম্পৰ্কত ৰুজু হৈ থকা ২১/২০২০ নম্বৰ চি আই ডি গােচৰৰ তদন্ত প্রক্রিয়াও আধৰুৱা হৈ থকাৰ সম্ভাৱনাই অধিক বুলি সূত্ৰটোৱে জনায়।

তদন্ত প্রক্রিয়া আধৰুৱা হােৱাৰ আশংকা কিয় ?

সমগ্ৰ ৰাজ্যত জোঁকাৰণিৰ সৃষ্টি কৰা কয়লাৰ ছিণ্ডিকেটৰ দৰে আৰক্ষী উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গােচৰৰ লগতে সাঙোৰ খাই পৰিছে মুখ্যমন্ত্রী কার্যালয় (চি এম অ)ত কৰ্মৰত একাংশ বিষয়াৰ নাম। পলাতক পি কে দত্তৰে মিলি সংশ্লিষ্ট বিষয়াসকলে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত আত্মীয়ৰ জৰিয়তে বিভিন্ন জিলাৰ নিবনুৱা যুৱকৰ অভিভাৱকৰ পৰা আদায় কৰে বৃহৎ পৰিমাণৰ উৎকোচ ।

সংশ্লিষ্ট গােচৰৰ অনুসন্ধানৰ সময়ত এই তথ্য পােহৰলৈ অহাৰ পাছতে সংশ্লিষ্ট গােচৰৰ তদন্ত প্রক্রিয়াও পূর্বৰ গােচৰসমূহৰ দৰে স্তব্ধ হৈ পৰাৰ আশংকা ব্যক্ত কৰে চি আই ডিৰ সূত্ৰটোৱে । আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত এই চক্ৰটোৱে নগাঁও, মৰিগাঁও, নলবাৰী, বৰপেটা, ডিব্ৰুগড়, ধেমাজি আদি জিলাৰ নিবনুৱা যুৱকৰ পৰা আগধন হিচাপে লাখ লাখ টকা আদায় কৰাৰ তথ্য পলাতক প্রাক্তন ডি আই জি দত্তৰ বাসগৃহৰ পৰা উদ্ধাৰ হােৱা ডায়েৰীত উল্লেখ থকা বুলিও সূত্ৰটোৱে জনায় ।

অথচ সংশ্লিষ্ট নিবনুৱা যুৱকসকলৰ অধিকাংশৰ লগতে দিছপুৰৰ প্ৰভাৱশালী চক্ৰৰ আত্মীয়ই প্রত্যক্ষভাৱে যােগাযােগ কৰাই নহয়, সংশ্লিষ্ট যুৱকসকলৰ পৰীক্ষাৰ প্ৰৱেশপত্র সংগ্রহ কৰাৰ তথ্যও পােহৰলৈ আহিছে। ইয়াৰ পাছতাে সংশ্লিষ্টসকলক গ্রেপ্তাৰ কৰাটো দূৰৈৰে কথা, সােধ-পােছৰ বাবে আটক কৰাৰ যাে-জা চলায়াে চি আই ডিয়ে থমকি ৰবলগীয়া হােৱা বুলিও সূত্ৰটোৱে উল্লেখ কৰে ।

কেৱল সেয়াই নহয়, শাসকীয় দলৰ নেতা-কর্মীয়ে পৰিচালনা কৰা জ্ঞান মালিনী, কুঁৱৰী গাঁও যুৱ মৰ্চাৰ হােৱাটছএপ গ্রুপতাে অনুৰূপ আৰ্হি প্রশ্ন অতি কৌশলেৰে ৰাজহুৱা কৰাৰ তথ্য পােহৰলৈ আহিছে। সংশ্লিষ্ট হােৱাটছএপ গ্রুপৰ এডমিনক এই সম্পর্কত সােধ-পােছৰ বাবে চি আই ডিয়ে অনুমতি পােৱা নাই বুলি সূত্ৰটোৱে জনায়। জ্ঞান মালিনী’ শীর্ষক হােৱাটছএপ গ্রুপৰ অন্যতম সদস্য ছেত্রী উপাধিৰ এজন যুৱকে ডেৰ-দুই মিনিটৰ অন্তৰে অন্তৰে সংশ্লিষ্ট গ্রুপটোত আৰ্হি প্রশ্ন টাইপ কৰি আপলােড কৰে, যিসমূহ প্রশ্ন ফাদিল হােৱা প্রশ্নকাকতৰ সম্পূর্ণ শতাংশই মিল থকা বুলিও সূত্ৰটোৱে অৱগত কৰে ।

সংশ্লিষ্টসকলক যদি সােধ-পােছ কৰা নহয়, তেন্তে তদন্ত প্রক্রিয়া পূর্বৰ গােচৰসমূহৰ দৰে আধৰুৱা হৈ থকাটো নিশ্চিত বুলিও সূত্ৰটোৱে দাবী কৰে । ইপিনে, প্রশ্নকাকত ফাদিলৰ ঘটনাত জড়িত থকা অন্যতম অভিযুক্ত দ্বিবন ডেকাই আত্মসমর্পণৰ বাবে মধ্যস্থতাকাৰীৰ জৰিয়তে যােগাযােগ অব্যাহত ৰাখিছে । ইয়াৰ ভিত্তিত সংশ্লিষ্ট মধ্যস্থতাকাৰীয়ে চি আই ডিৰে যােগাযােগ কৰা বুলিও সূত্ৰটোৱে জনায়। অৱশ্যে অভিযুক্ত বিজেপি নেতাজনে কেতিয়ালৈ আত্মসমর্পণ কৰে সেয়া স্পষ্ট নােহােৱা বুলিও সূত্ৰটোৱে উল্লেখ কৰে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AssamAssam PoliceSI Exam
publisher

publisher

Related Posts

Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ
India

February 1, 2023
 Foundation Day Of Three-Day Agradoot: তিনিদিনীয়া ‘অগ্ৰদূতে’ আজি গৰকিলে ৫২টা বৰ্ষ
Assam

 Foundation Day Of Three-Day Agradoot: তিনিদিনীয়া ‘অগ্ৰদূতে’ আজি গৰকিলে ৫২টা বৰ্ষ

February 1, 2023
Assam Sahitya Sabha :অসম সাহিত্য সভাৰ ৭৬ সংখ্যক পুৰ্ণাঙ্গ অধিৱেশন
Assam

Assam Sahitya Sabha :অসম সাহিত্য সভাৰ ৭৬ সংখ্যক পুৰ্ণাঙ্গ অধিৱেশন

February 1, 2023
G20 Delegates Visit Kaziranga National Park :জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন
Assam

G20 Delegates Visit Kaziranga National Park :জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন

February 1, 2023
Foot Bridge Opens At Fancy Bazar:মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই মুকলি হ’ল
Assam

Foot Bridge Opens At Fancy Bazar:মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই মুকলি হ’ল

February 1, 2023
Union Budget 2023:লোকসভাত দাখিল হ’ল কেন্দ্ৰীয় বাজেট
India

Union Budget 2023:লোকসভাত দাখিল হ’ল কেন্দ্ৰীয় বাজেট

February 1, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: