Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

স্তব্ধ হ’ব নেকি নিযুক্তি কেলেংকাৰীৰ তদন্ত

publisher by publisher
September 30, 2020
in Assam, News
Reading Time: 1 min read
0
স্তব্ধ হ’ব নেকি নিযুক্তি কেলেংকাৰীৰ তদন্ত
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল বুলি দাবী কৰা চৰকাৰে ৰাজ্যত জোঁকাৰণিৰ সৃষ্টি কৰা কে’বাটাও গােচৰৰ তদন্তৰ দায়িত্ব অর্পণ কৰিছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চি আই ডি)ক। ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ অধীনস্থ চি আই ডিৰ তদন্তাধীন হৈ থকা এনেবােৰ গােচৰৰ অধিকাংশৰে ফলাফল শূন্য। ইয়াকে লৈ ৰাজ্যৰ সর্বস্তৰৰ লোক উদ্বিগ্ন হােৱাৰ সময়তে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) পদৰ লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিল সম্পর্কত নিযুক্তি ব’ৰ্ডৰ সদ্য পদত্যাগী অধ্যক্ষ প্রদীপ কুমাৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত চি আই ডিয়ে চি আই ডি থানাত শেহতীয়াকৈ ২১/২০২০ নম্বৰত ৰুজু কৰে আন এক গােচৰ ।

ADVERTISEMENT

সমগ্ৰ ৰাজ্যত ইতিপূর্বে জোকাৰণিৰ সৃষ্টি কৰা বিয়াগােম কেলেংকাৰিৰ গােচৰসমূহৰ দৰে প্রশ্নকাকত ফাদিল সম্পৰ্কত চি আই ডিৰ গােচৰৰ তদন্ত প্রক্রিয়াও দিছপুৰৰ প্ৰভাৱশালী চক্ৰৰ অদৃশ্য হেঁচাত ক্রমে স্তব্ধ হােৱাৰ দিশে আগবাঢ়িছে। প্রশ্নকাকত ফাদিলৰ ঘটনাৰ লগতে মুখ্যমন্ত্রী কার্যালয় (চি এম অ’)ৰ একাংশ বিষয়া-কৰ্মচাৰীৰ নাম সাঙোৰ খাই পৰাক কেন্দ্ৰ কৰিয়ে এই আশংকা ঘনীভূত হৈছে। চি আই ডিৰ সূত্ৰই আজি এই কথা সদৰী কৰি জনােৱা মতে, অসম আৰক্ষীত নিযুক্তি আৰু কৰ্মৰত আৰক্ষীৰ পদোন্নতিৰ নামত দীর্ঘদিন দিছপুৰৰ প্ৰভাৱশালী চক্ৰৰ ছত্রছায়াত একাংশ শীর্ষ আৰক্ষী বিষয়াই অব্যাহত ৰাখিছে ছিণ্ডিকেটজ।

এই চক্ৰটোৰ লগত ঘনিষ্ঠতা আছে প্রাক্তন উপ-মহাপৰিদৰ্শক প্রশান্ত কুমাৰ দত্তৰ । ইয়াৰ সুবাদতে কুখ্যাত প্রাক্তন আৰক্ষী বিষয়া পি কে দত্তই মুখ্যমন্ত্রী কার্যালয় (চি এম অ’)ত কৰ্মৰত এগৰাকী মহিলা বিষয়াৰ হেঙেৰাবাৰীস্থিত বাসগৃহত সঘনে মিলিত হয় গােপন বৈঠকত। এই বৈঠকত বর্তমানেও অসম আৰক্ষীত কৰ্মৰত শীর্ষ পর্যায়ৰ আন কে’বাজনাে আৰক্ষী বিষয়া মিলিত হয়। শেহতীয়াকৈ বাতিল হােৱা আৰক্ষী উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ পূর্বে এই প্ৰভাৱশালী চক্ৰটোৱে সংশ্লিষ্ট বিষয়াগৰাকীৰ হেঙেৰাবাৰীস্থ বাসগৃহত সঘনে মিলিত হয় ।

প্রশ্নকাকত ফাদিলৰ গােচৰত গ্রেপ্তাৰ হােৱা দলগাঁও নিবাসী তথা পলাতক পি কে দত্তৰ গাড়ীচালক আতােৱাৰ আলীয়ে চি আই ডিয়ে চলােৱা জেৰাৰ সময়ত এই কথা স্বীকাৰ কৰে। ধৃত আনােৱাৰৰ ভাষ্যৰ আধাৰতে চি আই ডিয়ে যােৱা নিশা সংশ্লিষ্ট বিষয়াগৰাকীৰ বাসগৃহত অভিযানৰ উদ্দেশ্যে উপস্থিত হয়। কিন্তু ওপৰৰ নিৰ্দেশত চি আই ডিৰ অভিযানকাৰী দলটোৱে আধাতে অভিযান সামৰি যােৱা বাটে উভতি আহিবলৈ বাধ্য হৈ পৰে বুলি সূত্ৰটোৱে জনায় ।

ফলত পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ লিখিত পৰীক্ষাৰ নামত সংঘটিত কেলেংকাৰি সম্পৰ্কত ৰুজু হৈ থকা ১৪/২০১৮ তথা কয়লা কেলেংকাৰি সম্পৰ্কত ৰুজু হৈ থকা ৬/২০১৮ নম্বৰ গােচৰৰ দৰে আৰক্ষী উপ-পৰিদৰ্শক সদৰ প্ৰশ্নকাকত ফাদিল সম্পৰ্কত ৰুজু হৈ থকা ২১/২০২০ নম্বৰ চি আই ডি গােচৰৰ তদন্ত প্রক্রিয়াও আধৰুৱা হৈ থকাৰ সম্ভাৱনাই অধিক বুলি সূত্ৰটোৱে জনায়।

তদন্ত প্রক্রিয়া আধৰুৱা হােৱাৰ আশংকা কিয় ?

সমগ্ৰ ৰাজ্যত জোঁকাৰণিৰ সৃষ্টি কৰা কয়লাৰ ছিণ্ডিকেটৰ দৰে আৰক্ষী উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গােচৰৰ লগতে সাঙোৰ খাই পৰিছে মুখ্যমন্ত্রী কার্যালয় (চি এম অ)ত কৰ্মৰত একাংশ বিষয়াৰ নাম। পলাতক পি কে দত্তৰে মিলি সংশ্লিষ্ট বিষয়াসকলে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত আত্মীয়ৰ জৰিয়তে বিভিন্ন জিলাৰ নিবনুৱা যুৱকৰ অভিভাৱকৰ পৰা আদায় কৰে বৃহৎ পৰিমাণৰ উৎকোচ ।

সংশ্লিষ্ট গােচৰৰ অনুসন্ধানৰ সময়ত এই তথ্য পােহৰলৈ অহাৰ পাছতে সংশ্লিষ্ট গােচৰৰ তদন্ত প্রক্রিয়াও পূর্বৰ গােচৰসমূহৰ দৰে স্তব্ধ হৈ পৰাৰ আশংকা ব্যক্ত কৰে চি আই ডিৰ সূত্ৰটোৱে । আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত এই চক্ৰটোৱে নগাঁও, মৰিগাঁও, নলবাৰী, বৰপেটা, ডিব্ৰুগড়, ধেমাজি আদি জিলাৰ নিবনুৱা যুৱকৰ পৰা আগধন হিচাপে লাখ লাখ টকা আদায় কৰাৰ তথ্য পলাতক প্রাক্তন ডি আই জি দত্তৰ বাসগৃহৰ পৰা উদ্ধাৰ হােৱা ডায়েৰীত উল্লেখ থকা বুলিও সূত্ৰটোৱে জনায় ।

অথচ সংশ্লিষ্ট নিবনুৱা যুৱকসকলৰ অধিকাংশৰ লগতে দিছপুৰৰ প্ৰভাৱশালী চক্ৰৰ আত্মীয়ই প্রত্যক্ষভাৱে যােগাযােগ কৰাই নহয়, সংশ্লিষ্ট যুৱকসকলৰ পৰীক্ষাৰ প্ৰৱেশপত্র সংগ্রহ কৰাৰ তথ্যও পােহৰলৈ আহিছে। ইয়াৰ পাছতাে সংশ্লিষ্টসকলক গ্রেপ্তাৰ কৰাটো দূৰৈৰে কথা, সােধ-পােছৰ বাবে আটক কৰাৰ যাে-জা চলায়াে চি আই ডিয়ে থমকি ৰবলগীয়া হােৱা বুলিও সূত্ৰটোৱে উল্লেখ কৰে ।

কেৱল সেয়াই নহয়, শাসকীয় দলৰ নেতা-কর্মীয়ে পৰিচালনা কৰা জ্ঞান মালিনী, কুঁৱৰী গাঁও যুৱ মৰ্চাৰ হােৱাটছএপ গ্রুপতাে অনুৰূপ আৰ্হি প্রশ্ন অতি কৌশলেৰে ৰাজহুৱা কৰাৰ তথ্য পােহৰলৈ আহিছে। সংশ্লিষ্ট হােৱাটছএপ গ্রুপৰ এডমিনক এই সম্পর্কত সােধ-পােছৰ বাবে চি আই ডিয়ে অনুমতি পােৱা নাই বুলি সূত্ৰটোৱে জনায়। জ্ঞান মালিনী’ শীর্ষক হােৱাটছএপ গ্রুপৰ অন্যতম সদস্য ছেত্রী উপাধিৰ এজন যুৱকে ডেৰ-দুই মিনিটৰ অন্তৰে অন্তৰে সংশ্লিষ্ট গ্রুপটোত আৰ্হি প্রশ্ন টাইপ কৰি আপলােড কৰে, যিসমূহ প্রশ্ন ফাদিল হােৱা প্রশ্নকাকতৰ সম্পূর্ণ শতাংশই মিল থকা বুলিও সূত্ৰটোৱে অৱগত কৰে ।

সংশ্লিষ্টসকলক যদি সােধ-পােছ কৰা নহয়, তেন্তে তদন্ত প্রক্রিয়া পূর্বৰ গােচৰসমূহৰ দৰে আধৰুৱা হৈ থকাটো নিশ্চিত বুলিও সূত্ৰটোৱে দাবী কৰে । ইপিনে, প্রশ্নকাকত ফাদিলৰ ঘটনাত জড়িত থকা অন্যতম অভিযুক্ত দ্বিবন ডেকাই আত্মসমর্পণৰ বাবে মধ্যস্থতাকাৰীৰ জৰিয়তে যােগাযােগ অব্যাহত ৰাখিছে । ইয়াৰ ভিত্তিত সংশ্লিষ্ট মধ্যস্থতাকাৰীয়ে চি আই ডিৰে যােগাযােগ কৰা বুলিও সূত্ৰটোৱে জনায়। অৱশ্যে অভিযুক্ত বিজেপি নেতাজনে কেতিয়ালৈ আত্মসমর্পণ কৰে সেয়া স্পষ্ট নােহােৱা বুলিও সূত্ৰটোৱে উল্লেখ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamAssam PoliceSI Exam
publisher

publisher

Related Posts

কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!
India

October 14, 2026
লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ
India

লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

October 14, 2026
বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

October 14, 2026
দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d