Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

    ECI suspends ACS officer:সদ্য সমাপ্ত নিৰ্বাচনত VVTত অভাৰলেপিং কৰাৰ অভিযোগত নিলম্বন এচিএছ বিষয়া মনোৰঞ্জন পায়েঙ

    এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

    এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

    সমীক্ষাত এনডিএৰ প্ৰত্যাৱৰ্তনৰ ইংগিত

    সমীক্ষাত এনডিএৰ প্ৰত্যাৱৰ্তনৰ ইংগিত

    পুৱা ৯-১০ বজাৰ পূর্বে শিক্ষা সেতু এপত উপস্থিতি বাধ্যতামূলক শিক্ষকৰ

    Tragic road accident in Dhar district of Madhya Pradesh:মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশু সহ ১৬জন লোক,১৬ আহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সমষ্টিয়ে সমষ্টিয়ে চলিছে প্ৰাৰ্থী বাছনিৰ সমীক্ষা

publisher by publisher
October 2, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
সমষ্টিয়ে সমষ্টিয়ে চলিছে প্ৰাৰ্থী বাছনিৰ সমীক্ষা
3
SHARES
34
VIEWS
ShareShareShareShare

অখিল গগৈৰ ‘এক দল-এক পতাকা-এক প্রতীক’ৰ গানৰ অৱসান ঘটাই অৱশেষত কৃষক মুক্তি সংগ্রাম সমিতি আৰু সহযােগী ৭০ সংগঠনে আজি ঘােষণা কৰিব প্রস্তাবিত নতুন আঞ্চলিক ৰাজনৈতিক দল । উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি সংশােধিত নাগৰিকত্ব আইন বিৰােধী সকলাে শক্তিক এখন পতাকাৰ তললৈ আহিবলৈ অখিল গগৈয়ে আহ্বান জনাই আহিছিল যদিও শেহতীয়াকৈ আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম জাতীয় পৰিষদ ভূমিষ্ঠ হােৱাৰ পাছতে সকলাে জল্পনা-কল্পনাৰ ওৰ পেলাই আজি পৃথকে কৃষক মুক্তি আৰু ৭০ সংগঠনৰ উদ্যোগত ভূমিষ্ঠ হ’ব নতুন ৰাজনৈতিক দল। আজি কৃষক মুক্তি আৰু ৭০ সংগঠনৰ সন্মিলিত প্রচেষ্টাত প্রস্তাৱিত ৰাজনৈতিক দলটো ঘােষণা কৰা হ’ব।

ADVERTISEMENT

আনহাতে, আজি ভূমিষ্ঠ হ’ব লগা দলটোত ৰাজ্যৰ এটা শক্তিশালী জাতীয় সংগঠন আৰু এটা আঞ্চলিক দলে ঐক্যবদ্ধ আপােচবিহীন দলটোৰ অংশীদাৰ হ’ব বুলি শ‍ইকীয়াই প্রকাশ কৰে। উল্লেখ্য যে ভূমিষ্ঠ হ’ব লগা দলটোৰ নেতৃত্ব বহন কৰাৰ লক্ষ্যৰে আজি কৃষক মুক্তিৰ পৰা বিদায় লয় ইয়াৰ সভাপতি ভাস্কো ডি শইকীয়া, কার্যকৰী সভাপতি অনিল বড়াে, উপদেষ্টা হুচেইন মহম্মদকে ধৰি কে’বাজনাে নেতাই। উল্লেখ্য যে সংশােধিত নাগৰিকত্ব আইন বিৰােধী আন্দোলনৰ পটভূমিত ইতিমধ্যে আত্মপ্রকাশ হােৱা নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ভূমিষ্ঠ হ’ব লগা কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দল ঐক্যবদ্ধ হ’ব নে । এতিয়াও এই প্রশ্নৰ অৱকাশ আছে ।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ যৌথ নেতৃত্বৰ লগতে কৃষক মুক্তি সংগ্রাম সমিতিরে বিজেপিক ৰােধ কৰিবলৈ সকলাে শক্তিক ঐক্যবদ্ধ হােৱাৰ বাবে আহ্বান জনাই আহিছে যদিও দুটাকৈ নতুন ৰাজনৈতিক দল ভূমিষ্ঠ হােৱা প্ৰসংগই সচেতন নাগৰিকক চিন্তিত কৰিছে। এই পৃথকে পৃথকে দল খুলি বিজেপিক পৰাভুত কৰাটো সম্ভৱ নেকি বুলি কৰা এক প্রশ্নৰ উত্তৰত অসম জাতীয় পৰিষদৰ শীর্ষ নেতৃত্বই ৰাজ্যবাসীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থ আপােচবিহীন সকলাে জাতীয়তাবাদী আঞ্চলিক শক্তি সময়ত ঐক্যবদ্ধ হ’ব বুলি মন্তব্য কৰে। সূত্ৰটোৱে তাপর্যপূর্ণভাৱে কয়, ‘সংগঠন এক লগ নহ’ব পাৰে, কিন্তু দল ঐক্যবদ্ধ হ’ব । এতিয়াও অসম জাতীয় পৰিষদে পূর্ণতা পোৱা নাই ।

নৱেম্বৰত পূর্ণাংগ ৰূপ পাব আৰু নিশ্চিতভাৱে জাতীয়তাবাদী ভাবধাৰাৰ সকলাে আঞ্চলিক শক্তিৰ স’তে আলােচনা হ’ব ।  কৃষক মুক্তি আৰু ৭০ সংগঠনৰ আজি ভূমিষ্ঠ হ’ব লগা দল আৰু জাতীয় পৰিষদে এই সম্পর্কত আলােচনাত বহিব । উল্লেখ্য যে ৰাষ্ট্ৰীয়তাবাদী শক্তিয়ে ৰাজ্যৰ জাতীয়তাবাদী ভাবধাৰাৰ আঞ্চলিক শক্তিসমূহ একত্রিত যাতে হ’ব নােৱাৰে তাৰ বাবে ষড়যন্ত্র ৰচনা কৰা হৈছে বুলি জাতীয় পৰিষদৰ শীর্ষ সূত্ৰই প্ৰকাশ কৰি বিজেপিক প্রতিহত কৰিবলৈ নৱেম্বৰৰ শেষৰ ফালে নাইবা ডিচেম্বৰত জাতীয়তাবাদী আঞ্চলিক শক্তিসমূহ ঐক্যবদ্ধ হৈ এখন মৰ্চা গঠন বা মিত্রতা হােৱাৰ সম্ভাৱনা অধিক বুলি সদৰী কৰে।

উল্লেখ্য যে জাতীয় পৰিষদৰ লগত জড়িত কে’বাজনাে বিশিষ্ট ব্যক্তি আৰু সংগঠনৰ নেতাই দলে স’তে কৃষক মুক্তিৰ দলটো চামিল হােৱাটো আৱশ্যক বুলি প্ৰথমৰ পৰাই মত পােষণ কৰি আহিছে। ইফালে, অসম জাতীয় পৰিষদৰ লগত ভূমিষ্ঠ হ’ব লগা কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দলৰ লগত মিত্রতা হােৱাৰ পূর্ণ সম্ভাৱনা আছে বুলি সদৰী কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্রীয় নির্ভৰযােগ্য সূত্রই । সূত্রত প্রকাশ যে কংগ্ৰেছ, এ আই ইউ ডি এফ, অজিত ভূঞাৰ লগতে জাতীয় পৰিষদে মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ সম্ভাৱনা নাই। ইয়াৰ বিপৰীতে কৃষক মুক্তি, জাহ্নু বৰুৱা-অৰপ বৰবৰাৰ দলৰ লগতে অন্যান্য জনগােষ্ঠীসমূহক লৈ যে এক মিত্রজোট গঠনৰ পূর্ণ সম্ভাৱনা আছে ।

ইফালে, বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে অসম জাতীয় পৰিষদে সমষ্টিয়ে সমষ্টিয়ে দলৰ ভেটি শক্তিশালী কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে দলৰ প্রতীক আৰু নির্বাচন আয়ােগৰ পঞ্জীয়নৰ ক্ষেত্ৰত সকলাে কাম অগ্রগতি লাভ কৰা হৈছে বুলি পৰিষদৰ শীর্ষ সূত্রই সদৰী কৰি অভিজ্ঞ লােকৰ দ্বাৰা সমষ্টিয়ে সমষ্টিয়ে সমীক্ষা অব্যাহত ৰখা বুলি কয়। লােকসকলৰ সমীক্ষাৰ ভিত্তিতেই কোনটো সমষ্টিত জাতীয় পৰিষদে প্রার্থী থিয় কৰােৱাব আৰু কাক দিব ঠিৰাং কৰা হ’ব বুলি প্ৰকাশ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamKrishak Mukti Sangram Samiti
publisher

publisher

Related Posts

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু
News

April 30, 2026
ECI suspends ACS officer:সদ্য সমাপ্ত নিৰ্বাচনত VVTত অভাৰলেপিং কৰাৰ অভিযোগত নিলম্বন এচিএছ বিষয়া মনোৰঞ্জন পায়েঙ
News

ECI suspends ACS officer:সদ্য সমাপ্ত নিৰ্বাচনত VVTত অভাৰলেপিং কৰাৰ অভিযোগত নিলম্বন এচিএছ বিষয়া মনোৰঞ্জন পায়েঙ

April 30, 2026
এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!
News

এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

April 30, 2026
সমীক্ষাত এনডিএৰ প্ৰত্যাৱৰ্তনৰ ইংগিত
News

সমীক্ষাত এনডিএৰ প্ৰত্যাৱৰ্তনৰ ইংগিত

April 30, 2026
পুৱা ৯-১০ বজাৰ পূর্বে শিক্ষা সেতু এপত উপস্থিতি বাধ্যতামূলক শিক্ষকৰ
News

পুৱা ৯-১০ বজাৰ পূর্বে শিক্ষা সেতু এপত উপস্থিতি বাধ্যতামূলক শিক্ষকৰ

April 30, 2026
Tragic road accident in Dhar district of Madhya Pradesh:মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশু সহ ১৬জন লোক,১৬ আহত
News

Tragic road accident in Dhar district of Madhya Pradesh:মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশু সহ ১৬জন লোক,১৬ আহত

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d