Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

    Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

    বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

একেদিনাই ৫৫ হেজাৰলৈ ভূমিপট্টা

publisher by publisher
October 6, 2020
in Assam, News
Reading Time: 1 min read
0
একেদিনাই ৫৫ হেজাৰলৈ ভূমিপট্টা
2
SHARES
16
VIEWS
ShareShareShareShare

বৰ্তমানৰ ৰাজ্য চৰকাৰে অসম চুক্তিৰ সকলো দফা ৰূপায়ণৰ দিশত অবিৰতভাৱে তথা নিষ্ঠা সহকাৰে পদক্ষেপ লৈ আছে আৰু ভৱিষ্যতলৈও লৈ থাকিব ৷খিলঞ্জীয়া সুৰক্ষিত হ’লেহে অসম সুৰক্ষিত হ’ব ৷ অসম চৰকাৰে অসমৰ থলুৱা তথা খিলঞ্জীয়া পৰিয়ালৰ জাতি মাটি ভেটি সুৰক্ষিতকৰণৰ বাবে যি প্ৰতিশ্ৰুতি দিছিল সেয়া নতুন ভূমি নীতি হাতত লৈ অসমৰ এক লাখৰো অধিক ভূমিহীন পৰিয়াললৈ মাটিৰ পট্টা প্ৰদানৰ পদক্ষেপেই আজি পূৰণ কৰিলে ৷”মাজুলীৰ দৰিয়াপাৰত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটিৰ পট্টা আৰু ভূমিৰ আৱন্টন পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই মন্তব্য কৰে ৷ৰাজ্য চৰকাৰে দ্বিতীয় পৰ্যায়ত বিভিন্ন জিলাত এই কাৰ্যসূচী ৰূপায়ন কৰি ৫৫ হেজাৰ অধিক পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰে ৷ইয়াৰ ফলত সমগ্ৰ ৰাজ্যত এই পৰ্যন্ত লক্ষাধিক ভূমিহীন পৰিয়ালে নিজৰ ভূমিত নিজৰ অধিকাৰ সাব্যস্ত কৰিলে ৷

ADVERTISEMENT

মুখ্যমন্ত্ৰীয়ে মাজুলী জিলাৰ তিনি হেজাৰৰো অধিক ভূমিহীন পৰিয়ালক পট্টা প্ৰদান কৰে ৷এই পদক্ষেপে অসম আন্দোলনৰ দাবী পূৰণ কৰা বুলি উল্লেখ কৰি অনুষ্ঠানত সোনোৱালে কয় যে মাটিৰ ওপৰত অধিকাৰ নাথাকিলে এটা জাতিৰ ভৱিষ্যত সুৰক্ষিত নহয় ।মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে ২০১৬ ত শাসনভাৰ গ্ৰহণ কৰাৰ পাছত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদানেৰে তেওঁলোকৰ অধিকাৰ সাব্যকৰণৰ বাবে সিদ্ধান্ত লৈছিল ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে অসম চুক্তিৰ সকলোবোৰ দফাৰ ফলপ্ৰসূ ৰূপায়ণৰ দিশত ৰাজ্য চৰকাৰে অবিৰতভাৱে পদক্ষেপ গ্ৰহণ কৰি যাব ৷

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

তেওঁ কয় “যিটো বিষয়ক লৈ অসম আন্দোলন হৈছিল অসমবাসীয়ে তেতিয়া যি অধিকাৰ বিচাৰিছিল সেই ক্ষেত্ৰত এইখন চৰকাৰে কিঞ্চিতমান হ’লেও কৰিবলৈ সক্ষম হৈছে ৷অসম চুক্তিৰ প্ৰতিটো দফা অতি আন্তৰিকতাৰে ৰূপায়ণ কৰাত বিশেষ ভূমিকা লৈছে এইখন চৰকাৰে ৷পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এইবোৰ বিষয় আন্তৰিকতাৰে লোৱা নাছিল।আমি আন্তৰিকতাৰে লৈ আগবাঢ়ি অহাৰ কাৰণে কংগ্ৰেছে সাধাৰণভাৱে ল’ব পৰা নাই । আনহাতে এন আৰ চিৰ প্ৰসংগত সোনোৱালে কয় অসম চৰকাৰে প্ৰথমতে এন আৰ চি কাৰ্যালয়লৈ গৈ জানিবলৈ চেষ্টা কৰিছিলো ৷সমগ্ৰ বিষয়টো উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত চলিছিল। অসমৰ ৰাইজে এন আৰ চিৰ যি অভিযোগ আনিছে তাৰ পৰিপ্ৰেক্ষিতত উচ্চ ন্যায়ালয়ত আবেদন জনোৱা হৈছে।

এখন ত্ৰুটিহীন এন আৰ চি প্ৰস্তুত কৰাত ৰাজ্য চৰকাৰ দায়বদ্ধ ৷” আনহাতে অসমৰ কৃষ্টি সংস্কৃতিৰ পৰিচয় বহন কৰা সত্ৰসমূহৰ ভূমি বেদখলমুক্ত কৰাৰ বাবেও বৰ্তমানৰ চৰকাৰখনে আন্তৰিকতাৰে পদক্ষেপ লোৱা বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । তেওঁ লগতে কয় যে ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ সামাজিক সাংস্কৃতিক ঐতিহ্য সুৰক্ষিতকৰণৰ বাবে ৰাজ্য চৰকাৰে অসম সাহিত্য সভাক ধৰি ৩৩খন সাহিত্য সভালৈ কপাৰ্ছ ফাণ্ড গঠনৰ বাবে পুঁজি আগবঢ়োৱাৰ লগতে সত্ৰ তথা নামঘৰসমূহলৈ বিত্তীয় সাহায্য আগবঢ়াইছে ৷ইফালে পৰৱৰ্তী দুটা মাহত মাজুলীত আৰু পাঁচ হেজাৰ খিলঞ্জীয়া ভূমিহীনক মাটিৰ পট্টা প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamHimanta Biswa SarmaSarbananda Sonowal
publisher

publisher

Related Posts

New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ
News

April 30, 2026
ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ
Assam

ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

April 30, 2026
সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ
News

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা
News

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

April 30, 2026
Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা
News

Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

April 30, 2026
বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু
News

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d