১৫ অক্টোবৰত ভাৰতীয় বজাৰত মুকলি হ’ব আকৰ্ষণীয় গাড়ী Land Rover Defender

1 22

◆ বহু অপেক্ষাৰ অন্তত অৱশেষত ভাৰতীয় বজাৰত মুকলি কৰা হ’ব নতুন প্ৰজন্মৰ আকৰ্ষণীয় গাড়ী ব্ৰিটিছ অট’মেকাৰৰ land Rover Defender ।
◆ অক্টোবৰৰ ১৫ তাৰিখে মুকলি কৰা হ’ব আকৰ্ষণীয় গাড়ীখন ।
◆ গাড়ীখনৰ দৈৰ্ঘ্য হ’ব প্ৰায় 5018 mm, প্ৰস্থ প্ৰায় 2015mm আৰু উচ্চতা হ’ব 1967 mm
◆ DC 100 Defender আৰ্হিৰ পৰা এই গাড়ীখনৰ ধাৰণা লোৱা হৈছে ।
◆ প্ৰথমে পেট্ৰল ইঞ্জিন যুক্ত নতুন মডেলৰ গাড়ীখন মুকলি হ’ব যদিও অতি সোনকালে গ্ৰাহকে লাভ কৰিব ডিজেলৰ সংস্কৰণ।
◆ এই গাড়ীখনৰ গ্ৰাহকে লাভ কৰিব পৰা আকৰ্ষণীয় সুবিধাসমূহ হ’ল Terrain Response 2, configurable terrain response, electronic air suspension, torque vectoring, cruise control, All Wheel Drive, Hill Launch Assist, traction control, cornering brake control, adaptive dynamics, twin-speed transfer box ইত্যাদি।
◆ গাড়ীখন 296 bhp@5500 rpm পাৱাৰ আৰু 400 Nm@1500-4000 rpm Torqueযুক্ত।
◆ গাড়ীখনৰ মূল্য প্ৰায় ৬৯.৯৯ লাখৰ পৰা ৮৭.১ লাখ ।
◆ ইতিমধ্যে নতুন Deffender খন গ্ৰাহকে বুকিং কৰাৰ বাবে মুকলি কৰি দিয়া হৈছে আৰু এই মাহৰ শেষৰ ফালে ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰা হ’ব ।

Exit mobile version