- অসম গণ পৰিষদ দলত শুকুৰবাৰে আনুষ্ঠানিকভাৱে যোগ দিলে কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে ।
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হৈছে এক কাৰ্যসূচী ।
- ঐক্য, শান্তি, প্ৰগতিৰ মূলমন্ত্ৰৰে ন-সাজেৰে প্ৰগতিশীল জাতীয়তাবাদ শক্তিশালী কৰাৰ চেষ্টাৰে অগপত যোগ দিলে কন্ঠশিল্পী গৰাকীয়ে ।
- সভাপতি অতুল বৰাৰ উপস্থিতিত অগপত যোগদান কন্ঠশিল্পীগৰাকীৰ ।
- দলৰ মূল এম্বেচাদৰ দৰে কৰ্ম সম্পাদন কৰিব পাটোৱাৰীয়ে ।
অগপত যোগদান কন্ঠশিল্পী কল্পনা পাটোৱাৰীৰ
-
By publisher

Related Content
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
By
publisher
April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
By
publisher
April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
By
publisher
April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা 'মহাবীৰ একুৱা' বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
By
publisher
April 29, 2026
Batadrava Than Pressmeet:১ মে'ত বটদ্ৰৱাত অনুষ্ঠিত হ'ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
By
publisher
April 29, 2026