- পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য ৷
- ভূমিকম্পৰ অভিকেন্দ্ৰ মণিপুৰৰ টামেংলঙ ৷
- বিয়লি ৩ বাজি ৫৫ মিনিট ৪০ ছেকেণ্ডত অহা এই ভূমিকম্পৰ প্ৰাৱল্য আছিল প্ৰায় ৩.৮ ৷
- ইফালে শনিবাৰেও নিশা ১১ বাজি ১১ মিনিটত ভূমিকম্পই জোকাৰি গৈছিল অসম ৷
- শনিবাৰে ৫.৩ প্ৰাৱল্যত অহা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰৰ টামেংলঙ।
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি
-
By publisher
- Categories: Assam, News
- Tags: AssamEarthquakeManipurTamenglong
Related Content
App Assam Pressmeet In Guwahati:পুনৰ চৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ !
By
publisher
May 6, 2024
Air India Flight:বিমানযাত্ৰীয়ে লগত নিব পাৰিব ১৫ কিলো সামগ্রী !
By
publisher
May 6, 2024
Polling Will be Held in 95 Constituencies in 12 States Tomorrow:কাইলৈ ভোট গ্ৰহণত ভাগ্য নিৰ্ণয় হ'ব
By
publisher
May 6, 2024