লাডাখত নিৰ্বাচনী প্ৰচাৰৰ সময়তে কিৰেণ ৰিজিজুৱে শুনিলে “এইখনি গাঁও” শীৰ্ষক গীত

WhatsApp Image 2020 10 14 at 8.59.29 PM

◆ লাডাখত কিৰেণ ৰিজিজুৱে শুনিছে দিপেন বৰুৱাৰ কন্ঠৰ অসমীয়া গীত ।
◆ LAHDC ৰ বাবে লাডাখৰ লেহত কৰা শেষ দিনটোৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তে “এইখনি গাঁও” শীৰ্ষক গান শুনিলে কিৰেণ ৰিজিজুৱে।

◆ লাডাখৰ সৌন্দৰ্যত একাকাৰ হোৱাৰ মুহূৰ্ততে শুনিলে দিপেন বৰুৱাৰ চিৰসেউজ গীতটি ।

 

Exit mobile version