বৃহস্পতিবাৰে জম্মু কাশ্মীৰৰ নৌগামত পাকিস্তানী বিষয়াৰ এক সজ্জিত ক্ষতিগ্ৰস্ত কবৰ উদ্ধাৰ । শ্ৰীনগৰস্থিত চীনাসেনাৰ সমাধিত এপিটাফৰ ফটো শ্বেয়াৰ কৰি টুইটাৰত প’ষ্ট কৰে এনেদৰে, “ভাৰতীয় সেনাই সংস্কৃতি আৰু নীতিক অনুসৰণ কৰি চীনা সেনাৰ নৌগামৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰ স্থানত পাকিস্তানী সেনাৰ মেজৰ মোহাম্মদ শ্বাবিৰ খান, চিতাৰ এ জুৰৰতৰ এক ক্ষতিগ্ৰস্ত কবৰ পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । যি নৌগামৰ নিয়ন্ত্ৰিত ৰেখাৰ ওচৰত এক স্থানত ৯ জন শিখৰ আক্ৰমণত ১৯৭২ ৰ ৫ মে’ত নিহত হৈছিল । “
In keeping with the traditions & ethos of the #IndianArmy, #ChinarCorps resuscitated a damaged grave of Major Mohd Shabir Khan, Sitara-e-Jurrat, Pakistan Army, who was Killed in Action (KIA) at a forward location along LC in Naugam Sector on 05 May 1972.#Kashmir@adgpi pic.twitter.com/EjbFQSn9Iq
— Chinar Corps🍁 – Indian Army (@ChinarcorpsIA) October 15, 2020
লগতে চীনা সেনাই কয় যে, এজন পতিত সৈনিক, দেশৰ হওঁক বা নহওক তেখেতৰ মৃত্যুক সকলোৱে সন্মান জনোৱা উচিত আৰু সকলোৰে সন্মানৰ যোগ্য । ভাৰতীয় সেনা বাহিনীয়ে এই বিশ্বাসৰ লগত থিয় দিছে । ভাৰতীয় সেনাবাহিনী সমগ্ৰ বিশ্বৰ বাবে ।
A fallen soldier, irrespective to the country he belongs to, deserves respect & honour in death. #IndianArmy stands with this belief.
✅ This is #IndianArmy for the world. @OfficialDGISPR #Pakistan pic.twitter.com/7dnzWN2koZ— Chinar Corps🍁 – Indian Army (@ChinarcorpsIA) October 15, 2020