কৰ’নাত আক্ৰান্ত হৈছে পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষ ৷
ADVERTISEMENT
ইয়াৰ পাছতে চিকিৎসালয়ত ভৰ্তি কৰা হয় ঘোষক।
বৰ্তমান তেওঁৰ চিকিৎসা চলাই থকা বুলি সদৰী কৰিছে চিকিৎসকে।
অৱশ্যে ঘোষৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জনাইছে চিকিৎসকে ৷
উল্লেখ্য যে, যোৱা দুদিনমানৰ পৰা অসুস্থ হৈ আছিল ঘোষ