Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

প্রযুক্তিয়ে সহায় কৰিলে স্মৃতিত থকা স্থানৰ সন্ধান কৰাত

publisher by publisher
October 18, 2020
in News
Reading Time: 1 min read
0
Kidnapped
2
SHARES
15
VIEWS
ShareShareShareShare

বৰ্তমানৰ যুগটো হৈছে প্ৰযুক্তিৰ । প্রযুক্তিগতভাৱে উন্নত দেশবিলাকেই বর্তমান যুগত আগবাঢ়ি গৈছে। বহু কঠিন কাম এতিয়া প্ৰযুক্তিৰ সহায়ত দ্রুত তথা সহজতে সম্পূর্ণ কৰি তােলা সম্ভৱ হৈছে । শেহতীয়াকৈ এই প্রযুক্তিৰ সহায়তেই সুদীর্ঘ দিন পূর্বে হেৰাই যােৱা এটি কিশােৰক পুনৰ ওভতাই পােৱাটো সম্ভৱ হৈছে। শুনিবলৈ আচৰিত যেন এনে এটি ঘটনাই সংঘটিত হৈছে ইণ্ডোনেছিয়াত। দেশখনৰ চেন্ট্রেল জাভাৰ ঘ্ৰেগেন প্রদেশৰ বাসিন্দাসকল এই অবাক হ’বলগীয়া ঘটনাটোৰ সাক্ষী হৈছে । উল্লেখ্য যে মাত্র পাঁচ বছৰ বয়সতে অপহৃত হােৱা কিশােৰজনে প্রায় ১২ বছৰ বয়সত পুনৰ পৰিয়ালৰ ওচৰলৈ উভতি আহিছে। ‘গুগল মেপ’ৰ সহায়ত এই অসম্ভৱ সম্ভৱ হৈছে। সেয়েহে আকৌ এবাৰ প্রযুক্তিক লৈ সকলাে গদ গদ হৈ পৰিছে।

ADVERTISEMENT

কিশােৰজনৰ নাম ইভান হিসু আনজাচৰাে। অপহৃত হ’বৰ দিনা ইভান ঘৰৰ ওচৰৰে এখন ভিডিঅ’ গেমৰ দোকানলৈ গৈছিল। ঘৰলৈ ওভতাৰ সময়ত পথৰ কাষৰ এখন দোকানত থকা এজন লােকে ইভানক গাড়ীত উঠাই ঘৰত থৈ যােৱাৰ প্ৰস্তাৱ দিয়ে; কিন্তু কণমানি ইভানক ঘৰত নমাই দিয়াৰ পৰিৱর্তে আন স্থানলৈ লৈ যায়। ইয়াৰ পাছত দুর্বিষহ হৈ পৰে ইভানৰ জীৱন। শাৰীৰিক অত্যাচাৰ তথা সঠিকভাৱে খাবলৈ নিদিয়াৰ লগতে পথত খেল দেখুওৱাৰ প্রশিক্ষণ গ্রহণ কৰিবলৈ বাধ্য কৰা হৈছিল ইভানক। অপহৰণ কৰা লােকজনৰ স’তেই এটা সময়ত ইভানে পথত খেলা দেখুৱাই ফুৰিছিল; কিন্তু হঠাতে এদিন আৰক্ষীৰ অভিযানত অপহৰণ কৰা লােকজন পলাই যাবলগীয়া হয়।

RelatedPosts

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

Indonesia:বিবাহৰ পূৰ্বে যৌন সম্পর্কত লিপ্ত হোৱা ইণ্ডোনেছিয়াৰ মহিলাক ১৪০ বেত্রাঘাতৰ শাস্তি

ইণ্ডোনেছিয়াত উদ্ধাৰ বিশ্বৰ সবাতোকৈ পুৰণি গুহা চিত্রকর্ম

ইভানৰ নতুন ঠিকনা হ’ল অনাথ আশ্রম। আশ্ৰমত থাকিয়ে অধ্যয়ন আৰম্ভ কৰে ইৰভানে । অধ্যয়ন কৰি থকাৰ মাজতে আশ্ৰমত থকা কম্পিউটাৰত গুগল মেপ ব্যৱহাৰ কৰিবলৈ শিকে ইভানে। এনেদৰেই এদিন গংগেং’ নামৰ স্থান বিচাৰে ইৰভানে । শীতকালতে স্মৃতিত ৰৈ যােৱা নামটো গুগল মেপত সন্ধান কৰি বিচাৰি উলিয়াই ইৰভানে । পাছৰ পৰ্যায়ত ইভানক এই কার্যত সহায় কৰে আশ্ৰমৰ লােকসকলেও  গংগেং বজাৰৰ এখন দোকানৰ স’তে হােৱা যােগাযােগৰ পাছত দোকানখনৰ গৰাকীয়ে ইভানৰ পৰিয়ালৰ পৰা এখন ছবি আনি আশ্ৰমলৈ প্ৰেৰণ কৰে ।

পাঁচ বছৰ বয়সৰ ইৰভানৰ bছবিখন দেখি আশ্রম কর্তৃপক্ষই নিশ্চিত হয়। তেওঁলােকৰ তাত থকা কিশােৰজন ইভানৰ বাহিৰে আৰু আন কোনাে নহয়। ফলত এদিন নিজ ঘৰত পুনৰ উপস্থিত হ’বলৈ সক্ষম হয় ইভানে। এতিয়া সকলাে আনন্দিত। ইভানৰ পৰিয়ালে ধন্যবাদ জনাইছে গুগল মেপলৈ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Google MapINDONESIA
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d