অপেক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সোনোৱালে উদ্ধোধন কৰিব গণেশগুৰিৰ উৰণীয়া সেতু

WhatsApp Image 2020 10 21 at 5.38.11 PM

গুৱাহাটীবাসীৰ অপেক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে পুৱা  ৯ বজাত মুকলি হ’ব ৫৮.৭৮ কোটি টকীয়া গণেশগুৰিৰ নৱ নিৰ্মিত উৰণীয়া সেতুখন ৷

উৰণীয়া সেতুখন উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

৪২৫.৫০ মিটাৰৰ উৰণীয়া সেতুখন প্ৰায় ১৯ মাহত নিৰ্মাণ সম্পূৰ্ণ হৈছে ৷

উৰণীয়া সেতুখনে মহানগৰীৰ দীৰ্ঘদিনীয়া যানবাহন সমস্যা সমাধান কৰিব বুলি আশা কৰিছে মহানগৰবাসীয়ে ৷

Exit mobile version