অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত পুনৰ উত্তেজনা

WhatsApp Image 2020 11 07 at 11.28.24 AM

অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত পুনৰ উত্তেজনা ৷

মিজো দুৰ্বৃত্তই বিস্ফোৰণ ঘটাই এখন বিদ্যালয় ধ্বংস কৰে ৷

সম্প্ৰতি ঘটনাস্থলীলৈ আৰক্ষী আৰু উপায়ুক্ত ৰাওনা হৈছে।

পূৰ্বতেও এনেদৰে মিজো দুৰ্বৃত্তই বিদ্যালয় জ্বলোৱাৰ ঘটনা সংঘটিত হৈছিল।

Exit mobile version