প্ৰসংগঃ পাকিস্তান জিন্দাবাদ

e0905c73 de85 42e7 9998 528f422cdb95

বদৰুদ্দিন আজমলৰ উপস্থিতিত শিলচৰত বিমানবন্দৰত আজমলৰ সমৰ্থকে দিয়া পাকিস্তান জিন্দাবাদ ধ্বনিৰ পাছতেই উত্তাল হৈ আছে সমগ্ৰ অসম ।

কাৰণ শুক্ৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ভিডিঅ’ ফেইচবুকত আপলোড কৰিছিল ৷ভিডিঅ’ত তেওঁ আজমলৰ সমৰ্থকে শিলচৰ বিমানবন্দৰত তেওঁক আদৰিবলৈ যোৱাৰ সময়ত “পাকিস্তান জিন্দাবাদ” ধ্বনি দিয়া বুলি উল্লেখ কৰিছিল।

কিন্তু শেহতীয়াকৈ মন্ত্ৰী হিমন্তৰ এই প’ষ্টৰ সত্যতা ফাদিল কৰিছে ফেচবুকৰ independent fact-checkersয়ে ।

লগতে ফেচবুকৰ মতে হিমন্ত এই প’ষ্ট মিছা। উল্লেখযোগ্য যে,মন্ত্ৰী ড° হিমন্তৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে উত্তাল হৈ পৰিছে সমগ্ৰ অসম। ইতিমধ্যে ৰাজ্যত বিভিন্ন প্ৰান্তত বদৰুদ্দিন আজমলৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ দল সংগঠনে ৷

Exit mobile version