বাতিল হ’ল মহিলাৰ অনূৰ্ধ্ব-১৭ সংখ্যক ফিফা বিশ্বকাপ

WhatsApp Image 2020 11 18 at 12.52.24 PM

কৰ’না মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিস্থিতি স্বাভাৱিক নোহোৱাৰ কাৰণে বাতিল হ’ল মহিলাৰ অনূৰ্ধ্ব-১৭ ফিফা বিশ্বকাপ ৷

ভাৰতত হ’বলগীয়া ফিফা অনূৰ্ধ্বৰ ১৯ মহিলা বিশ্বকাপখন অৱশেষত বাতিল কৰাৰ সিদ্ধান্ত লয় ফিফাই।

ফিফাৰ অন্যতম গুৰুত্বপূৰ্ণ এই টুৰ্ণামেণ্টখন অনুষ্ঠিত হোৱাৰ কথা আছিল কোস্তাৰিকাত।আনহাতে চলিত বৰ্ষৰ প্ৰতিযোগিতাখন বাতিল কৰাৰ পাছত ২০২২ চনত অনূৰ্ধ্ব-১৭ মহিলাৰ বিশ্বকাপখন ভাৰততে হ’ব।

ইপিনে ক’ভিডৰ বাবে স্থগিত কৰা মহিলাৰ অনূৰ্ধ্ব-১৭ ফিফা বিশ্বকাপখন অনাগত বৰ্ষা ১৭ ফেব্ৰুৱাৰিৰ পৰা ভাৰততে অনুষ্ঠিত কৰাৰ কথা আছিল পৰিস্থিতি স্বাভাৱিক নোহোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে এই প্ৰতিযোগিতাখনত বিশ্বৰ আগশাৰীৰ ১৬ খন দেশে অংশ গ্ৰহণ কৰিব।বিশ্বকাপৰ মেচসমূহ ভাৰতৰ পাঁচখন ঠাইত আয়োজন কৰা হৈছে। এই পাঁচখন চহৰ হ’ল- আহমেদাবাদ, ভুৱনেশ্বৰ, গুৱাহাটী, কলকাতা আৰু নবী মুম্বাই।

Exit mobile version