● বলিউডৰ জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙৰ স্বামী হৰ্ষ লিম্বাচিয়াক ১৪দিনৰ ন্যায়িক জিম্মালৈ আদালতে প্ৰেৰণ কৰে ।
ADVERTISEMENT
● এন চি বিৰ এটা দলে শনিবাৰে ভাৰতী সিঙৰ কাৰ্যালয়ত ড্ৰাগছৰ তালাচী চলাইছিল ।
● এন চি বি য়ে চলোৱা তালাচীত জব্দ হয় ৪৬.৫ গ্ৰাম গাঞ্জা ।
● কমেও ১২ ঘণ্টা ধৰি সোধ-পোচ কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হয় ভাৰতীৰ স্বামী হৰ্ষক ।
● ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াক ৪ ডিচেম্বৰলৈকে ন্যায়ক জিম্মালৈ প্ৰেৰণ কৰে মুম্বাইৰ আদালতে ।
● NCBৰ জেৰাত গাঞ্জা সেৱন কৰাৰ কথা স্বীকাৰ কৰে ভাৰতী আৰু তেওঁৰ স্বামী হৰ্ষই ।
● NCBৰ দলে জানিবলৈ দিয়া মতে জব্দ হোৱা গাঞ্জাৰ পৰিমাণ আইনৰ অধীনত কম পৰিমাণৰ বুলি গণ্য কৰা হয় ।