Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ব্ৰিটিছ ৰাজপৰিয়ালৰ পৰম্পৰা ভাঙিলে বোৱাৰী মেগানে

publisher by publisher
November 27, 2020
in News
Reading Time: 1 min read
0
ব্ৰিটিছ ৰাজপৰিয়ালৰ পৰম্পৰা ভাঙিলে বোৱাৰী মেগানে
2
SHARES
16
VIEWS
ShareShareShareShare

সন্তান হেৰুৱাৰ যন্ত্ৰণা সহ্য কৰিবলগীয়া হৈছে ব্ৰিটিছ ৰাজপৰিয়ালৰ সদস্য মেগান মাৰ্কৈলে । এই কথা ৰাজহুৱা কৰিছে স্বয়ং ৰাজকুমাৰ হেৰীৰ পত্নীগৰাকীয়ে । গৰ্ভপাতক লৈ পশ্চিমৰ দেশসমূহত তীব্ৰ বিতৰ্ক অব্যাহত থকাৰ পাছতো অৱশ্যে নিদাৰুণ যন্ত্ৰণা হসহ্য কৰি থকা মহিলাসকলেও মুখ খোলাৰ পৰা বিৰত আছে । এইবাৰ এনে মহিলাসকলকে উৎসাহ যোগাই নিজৰ অভিজ্ঞতা সদৰী কৰিলে মেগানে । শেহতীয়াকৈ’দ্য নিউয়ৰ্ক টাইমছত’ ডাচেচ্ছ অব ছাছেক্স মেগানৰ দ্বাৰা লেখা এক প্ৰতিবেদন প্ৰকাশ পাইছে । ইয়াতেই নিজৰ অভিজ্ঞতাৰ কথা তেওঁ মুকলিভাৱে প্ৰকাশ কৰিছে । মেগানে জনোৱা অনুসৰি, কৰ’নাৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই যুঁজ দি থকাৰ সময়তে ব্যক্তিগত জীৱনত বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় তেওঁ ।

ADVERTISEMENT

যোৱা জুলাইৰ এটি পুৱাত হঠাতে গৰ্ভপাত হৈ যায় মেগানৰ। এই সন্দৰ্ভত মেগানে কয়, ‘পুত্ৰ আৰ্চিৰ ডায়পাৰ পৰিৱৰ্তন কৰি আছিলো সেই সময়ত । হঠাতে তল পেটত অসহ্যকৰ যন্ত্রণা আৰম্ভ হয়।আর্চিক কোলাত লৈ থকা অৱস্থাতে মই মাটিত পৰি যাওঁ। সেই সময়তাে গান গাই নিচুকাই আছিলাে পুত্রক; কিন্তু বুজিব পাৰিছিলাে সকলাে সঠিকভাৱে আগবঢ়া নাই। নিজৰ প্রথম সন্তান হাতত থকা অৱস্থাতে বুজিব পাৰিছিলাে মােৰ দ্বিতীয় সন্তানক হেৰুৱাই পেলাইছাে বুলি। ঘটনাটো জানিব পাৰি ৰাজকুমাৰ হেৰী হতাশাত ভাঙি পৰিছিল। তথাপি ধৈর্যসহকাৰে পত্নীক হাস্পতাললৈ লৈ যায় হেৰীয়ে। দুয়ােৱে চিন্তা কৰিছিল কিদৰে এই যন্ত্রণাৰ পৰা ওলাই আহিব পাৰি।

RelatedPosts

পুত্ৰৰ নামত ৰাজ পৰিয়ালৰ সংযােগ নাথাকিব, পদবী প্রত্যাহাৰ হেৰীৰ

ৰাজকুমাৰ ফিলিপৰ অন্ত্যেষ্টিক্ৰিয়াত অকলশৰে দেখা গ’ল ৰাণী এলিজাবেথক

মই মোৰ আত্মসুখৰ কাৰণে ছ’চিয়েল মিডিয়াৰ কমেন্ট নপঢ়োঃ ৰাজকুমাৰী Meghan

অৱশ্যে হাস্পতালত দুয়াে বুজিব পাৰিছিল যে এশগৰাকী মহিলাৰ ভিতৰত ১০ৰ পৰা ২০ গৰাকীয়ে এনে যন্ত্রণাৰ সন্মুখীন হ’বলগীয়া হৈছে জীৱনত। ২০১৯ৰ ছয় মে’ত প্রথমবাৰ মাতৃ হৈছিল মেগান। পুত্র।আৰ্চিৰ বর্তমান ডেৰ বছৰ বয়স।অৱশ্যে জুলাইত গর্ভপাত হােৱাৰ সময়ত কেইমাহৰ গৰ্ভৱতী আছিল সন্তান সম্ভৱা মহিলাৰ ক্ষেত্রত প্রথম দুই-তিনি মাহ অত্যন্ত বিপদসংকুল হয়।এনে দৃষ্টিৰে মেগানে দুই-তিনি মাহৰ গৰ্ভৱতী আছিল বুলি ধাৰণা কৰা হৈছে।২০১৮ত হেৰী আৰু মেগানৰ বিবাহ সম্পন্ন হৈছিল। চলিত বৰ্ষৰ আৰম্ভণিতে দুয়াে ৰাজপ্রাসাদ ত্যাগ কৰিছিল।হাস্পতালত দুয়াে বুজিব পাৰিছিল যে এশগৰাকী মহিলাৰ ভিতৰত ১০ৰ পৰা ২০ গৰাকীয়ে এনে যন্ত্রণাৰ সন্মুখীন হ’বলগীয়া হৈছে জীৱনত। ২০১৯ৰ ছয় মে’ত প্রথমবাৰ মাতৃ হৈছিল মেগান। পুত্র আৰ্চিৰ বর্তমান ডেৰ বছৰ বয়স অৱশ্যে জুলাইত গর্ভপাত হােৱাৰ সময়ত কেইমাহৰ গৰ্ভৱতী আছিল সন্তান সম্ভৱা মহিলাৰ ক্ষেত্রত প্রথম দুই-তিনি মাহ অত্যন্ত বিপদসংকুল হয়।এনে দৃষ্টিৰে মেগানে দুই-তিনি মাহৰ গৰ্ভৱতী আছিল বুলি ধাৰণা কৰা হৈছে।

২০১৮ত হেৰী আৰু মেগানৰ বিবাহ সম্পন্ন হৈছিল। চলিত বৰ্ষৰ আৰম্ভণিতে দুয়াে ৰাজপ্রাসাদ ত্যাগ কৰিছিল।সেই বিষয়ে কোনাে কথা তেওঁ উল্লেখ কৰা নাই। সন্তান সম্ভৱা মহিলাৰ ক্ষেত্ৰত প্ৰথম দুই-তিনি মাহ অত্যন্ত বিপদসংকুল হয়। এনে দৃষ্টিৰে মেগানে দুই-তিনি মাহৰ গৰ্ভৱতী আছিল বুলি ধাৰণা কৰা হৈছে। ২০১৮ত হেৰী আৰু মেগানৰ বিবাহ সম্পন্ন হৈছিল।চলিত বৰ্ষৰ আৰম্ভণিতে দুয়াে ৰাজপ্রাসাদ ত্যাগ কৰিছিল। প্রথমে কানাডাত থকাৰ সিদ্ধান্ত লৈছিল যদিও অৱশেষত কেলিফর্ণিয়াত বসবাস কৰিবলৈ লৈছে। ব্রিটিছ ৰাজপৰিয়ালৰ ৰক্ষণশীলতাৰ বাবেই দুয়াে ৰাজপ্রাসাদ এৰিলে বুলি গুজব উঠিছিল। ৰাজপৰিয়ালে ব্যক্তিগত বিষয়বিলাক সাধাৰণতে ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে।গর্ভপাতৰ প্ৰসংগৰে মেগানে ৰাজপৰিয়ালৰ পৰম্পৰাকে ভংগ কৰিলে। অৱশ্যে হেৰীৰ মােমায়েক চার্লছ স্পেন্সাৰে এই ঘটনাৰ বাবে দুয়ােকে সমবেদনা জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: harryMeghan
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d