Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দেশত একাংশ আমােলা-বিষয়াৰ দুর্নীতিযৰ ভয়াৱহ ৰূপ

publisher by publisher
November 28, 2020
in India, News
Reading Time: 1 min read
0
দেশত একাংশ আমােলা-বিষয়াৰ দুর্নীতিযৰ ভয়াৱহ ৰূপ
1
SHARES
14
VIEWS
ShareShareShareShare

দেশত একাংশ আমােলা-বিষয়াৰ দুর্নীতিয়ে কি ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেয়া ওড়িছাৰ বন বিষয়া অভয় কান্ত পাঠকৰ আর্জিত সম্পদৰ তথ্যই উদঙাই দিছে। ১৯৮৭ৰ ভাৰতীয় বন সেৱাৰ বিষয়া পাঠকৰ অবৈধভাৱে আর্জিত ধন-সম্পত্তি তদন্ত কৰিবলৈ ইতিমধ্যে ১৫০জনীয়া তদাৰকী বিষয়াৰ দলে তেওঁৰ বাসগৃহ আৰু অন্যান্য চৌহদত অভিযান চলাইছে।বুধবাৰৰ পৰা এই অভিযান চলােৱা হৈছে।ভুৱনেশ্বৰ, পুনে, মুম্বাই, খাগাৰিয়া আৰুউদয়পুৰকে ধৰি বিভিন্ন স্থানত থকা পাঠকৰ অবাধ ধন-সম্পত্তিৰ তথ্য উদ্ধাৰ কৰিবলৈ তদাৰকী বিষয়াৰ দলে ভাগে ভাগে অভিযান চলাইছে ।

ADVERTISEMENT

অভিযােগ অনুসৰি কেৱল চার্টার্ড বিমানযােগে ভ্ৰমণৰ বাবেই বন বিষয়া পাঠকে তিনি কোটি টকা ব্যয় কৰে। বিশেষকৈ তলাবন্ধৰ কালছােৱাত তেওঁ এই বৃহৎ সংখ্যক ধন ব্যয় কৰে। কেবাখনাে বিলাসী গাড়ীৰ অধিকাৰী পাঠকে তেওঁৰ পুত্ৰৰ বাবে পুনেত মাহিলি পাঁচ লাখ টকাকৈ এটা ফ্লেট আৰু ফার্ম হাউছৰ ভাড়াৰ নামত ব্যয় কৰিছিল। এই সন্দৰ্ভত এজন জ্যেষ্ঠ তদাৰকী বিষয়াই কয়, ‘তদাৰকী বিভাগৰ ইতিহাসত জালত পৰা সকলৰ ভিতৰত পাঠকেই হ’ব সর্ববৃহৎ অভিযুক্ত। আমি এতিয়াও চূড়ান্ত তথ্য লাভ কৰা নাই যদিও দুর্নীতিগ্রস্ত সম্পত্তি মূল্য বহু কোটিৰ অধিক হ’ব।’ বিষয়াজনে জনােৱা মতে, পাঠকৰ লগতে তেওঁৰ পৰিয়ালকো সােধপােছ কৰি থকা হৈছে। ২০১৮ৰ পৰা ওড়িছাৰ বন বিভাগৰ বনানীকৰণ আৰু পৰিকল্পনাৰ অতিৰিক্ত মুখ্য বন সংৰক্ষকৰূপে কার্যনির্বাহ কৰি থকা পাঠকে বিভিন্ন আঁচনি যেনে এনৰেগা, কেম্পা আদিৰ পৰা লাভ কৰা বৃহৎ পুঁজিৰ দায়িত্বত আছিল। ২০১৯ত কেম্পাৰ আঁচনিৰ অধীনত ওড়িছাৰ বাবে কেন্দ্রীয় চৰকাৰে ৫৯৩৩ কোটি টকা মােকলাই দিয়ে। দেশৰ সকলাে ৰাজ্যৰ ভিতৰতে এই পুঁজি সর্বাধিক আছিল ।

RelatedPosts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

পুৰীৰ মাটিৰ তলত সন্ধান ওলাল প্রাচীন চহৰৰ

চিকিৎসালয়ৰ ICUত ভয়ংকৰ অগ্নিকাণ্ড!

তদন্তকাৰী বিষয়াই জনােৱা মতে, পাঠকে চার্টার্ড বিমানৰ জৰিয়তে পৰিয়ালসহ মুম্বাই, পুনে, দিল্লী আৰু পাটনা আদি ভ্ৰমণ কৰিছিল। কলিংগ এৰ’ এণ্ড এলাইড ছার্ভিচেছ প্রাইভেট লিমিটেড নামৰ ভুৱনেশ্বৰৰ এটা কোম্পানীৰ পৰা এই বিমানসমূহ ভাড়াত লৈছিল। যােৱা ১৩ ছেপ্টেম্বৰতাে তেওঁ পত্নী, পুত্ৰ আৰু পৰিয়ালৰ আন সদস্যসকলৰ স’তে চার্টার্ড বিমানত পুনেলৈ শেষবাৰৰ বাবে ভ্ৰমণ কৰে। ১৩ ছেপ্টেম্বৰৰ পাছতে তেওঁ কেন্দ্রীয় সংস্থাৰ বিত্তীয় চোৰাংচোৱা শাখাৰ নিৰীক্ষণৰ জালত পৰে। পাঠকৰ ধন-সম্পত্তিৰ পৰিমাণ দেখি তদন্তকাৰী বিষয়াসকলে হতবাক হৈ পৰিছে। মাহিলি ২.৭ লাখ টকা বেতনভােগী এজন বিষয়াই ভুৱনেশ্বৰত আঠ হেজাৰ বৰ্গফুট বিশাল ঘৰৰ অধিকাৰী কেনেকৈ হ’ব পাৰে তাকে লৈ তদন্তকাৰী বিষয়াসকলৰ চকু কপালত উঠিছে। অভিযােগ অনুসৰি এই ফ্লেটত মজিয়া আদিত ইটালিয়ান মাৰ্বলৰ উপৰি বিছনা নির্মাণত ৫০ লাখ টকা মূল্যৰ হাতী দাঁতৰ লগতে হৰিণাৰ শিং ব্যৱহাৰ কৰা হৈছিল ।

অভিযানকালত তেওঁৰ দন্ত চিকিৎসক ভতিজাকৰ জিম্মাৰ পৰা ৫০ লাখ আৰু গাড়ীচালকৰ পৰা ২০ লাখ টকা জব্দ কৰা হয়। তদুপৰি তেওঁৰ বাসগৃহৰ পৰা আঠশ গ্রাম ওজনৰ সােণ আৰু ১০ লাখ টকা নগদ ধন উদ্ধাৰ কৰা হৈছিল। তেওঁৰ পুত্ৰৰ বেংক একাউণ্টত জমা আছে। ৯.৪ কোটি টকা আৰু ইয়াৰে ভিতৰত ভুৱনেশ্বৰৰ বেংকতে আছে ৮.৪ কোটি। ভুৱনেশ্বৰৰ দুটা এ টি এমৰ জৰিয়তে এই বৃহৎ ধনৰ সৰবৰাহ কৰা হৈছিল। পাঠকৰ পুত্ৰৰ নামত পঞ্জীয়নযুক্ত ব্যয় বহুল বাহন যেনে মাছিডিজ, বি এম ডব্লিউ আৰু টাটা হেৰিয়াৰৰ লগতে তিনিখন য়ামাহা এফ জেড এছৰ তথ্য উদ্ধাৰ কৰিছে তদন্তকাৰী সংস্থাটোৱে। তদুপৰি পুনেত মাছিডিজ গাড়ী ভাড়ালৈ লােৱাৰ তথ্যও উদ্ধাৰ কৰিছে। এইদৰে তেওঁৰ পুত্ৰই ২৫ লাখ টকাত দুখন মাছিডিজ গাড়ী ভাড়ালৈ লৈছিল নিজৰ ব্যৱহাৰৰ বাবে।অভিযানকালত পাঠকৰ পৰিয়ালৰ পৰা মূল্যবান ঘৰুৱা সামগ্রীও উদ্ধাৰ কৰা হৈছে ।

তথ্য অনুসৰি পুনেত বিলাসী ফ্লেট আৰু ফার্ম হাউছৰ নামত এক কোটিৰাে অধিক টকা ভাড়াৰূপে আদায় দিয়াৰ তথ্যও উদ্ধাৰ হৈছে। তদুপৰি মুম্বাইৰ হােটেল তাজ পেলেচত ৯০ লাখৰ অধিক ধন ব্যয় কৰাৰ বিলৰ তথ্য লাভ কৰিছে তদন্তকাৰী সংস্থাই। তদুপৰি ৰাজস্থানৰ উদয়পুৰৰ তাজ লেক পেলেচৰ বুকিঙৰ নামত ২০ লাখ ব্যয়ৰ তথ্য উদ্ধাৰ হৈছে। এই অভিযানকালত উদ্ধাৰ হােৱা তথ্য অনুসৰি উদয়পুৰৰ পেলেচ হােটেলত অহা মাহত এজন জ্যেষ্ঠ বি জে ডি নেতাৰ কন্যাৰ স’তে পাঠকৰ পুত্ৰৰ বিবাহ সম্পন্ন হােৱাৰ কথা আছিল। বিগত সপ্তাহৰ পৰা পৰিয়ালটোৱে ভুৱনেশ্বৰৰ বিভিন্ন বিলাসী হােটেলত অসংখ্য প্রাক বিবাহ অভ্যর্থনাৰ আয়ােজন কৰিছিল। তদুপৰি উদ্ধাৰ হােৱা তথ্য অনুসৰি পাঠকৰ পুত্ৰই নিজকে টাটা মটৰছৰ পেছেঞ্জাৰ কাৰ ডিভিজনৰ পৰিচালন সঞ্চালক বুলি ভুৱা পৰিচয় দি কোম্পানীটোত নিযুক্ত দিব বুলি বহু লােকক প্ৰতাৰণা কৰিছিল। এই সন্দৰ্ভত টাটা মটৰছৰ উপ- মহাপ্রবন্ধকে আৰক্ষীক এজাহাৰ দাখিল কৰিছে। এই ক্ষেত্ৰত প্ৰবঞ্চনাৰ গােচৰ ৰুজু কৰা হৈছে ।

পাঠকৰ পুত্র আকাশে ফেচবুক আদিত এই ভুৱা পৰিচয় দিয়াৰ তথ্য সংলগ্ন কৰি অভিযােগ দাখিল কৰা হৈছে। এজাহাৰত কোম্পানীটোৱে কয় যে আকাশ কুমাৰ পাঠক নামৰ কোনাে লােকে কোম্পানীটোৰ উক্ত গােটত পৰিচালন সঞ্চালকৰূপে কাম নকৰে। আনকি ভাৰপ্ৰাপ্ত পৰিচালন সঞ্চালকৰূপে প’জ দি আকাশ পাঠকে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ পাঁচ লাখ টকা দান কৰা বুলি ৱেবত প্রকাশিত এটা লেখাত এজাহাৰত সংলগ্ন কৰা হােৱা নাই। ওড়িছাত বিগত তিনি বছৰত কমেও তিনিজন বন বিষয়া বৃহৎ দুর্নীতিৰ অভিযােগত গ্রেপ্তাৰ হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: abhay kant pathakIFS OfficerOdisha
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d