চিৰাঙৰ বিজনী টোলগেটত উত্তপ্ত পৰিস্থিতি

Screenshot 76

বঙাইগাঁও জিলাৰ যোগীঘোপাত দীৰ্ঘদিনৰ পৰা আৱদ্ধ হৈ থকা টাৰ্বাইন গোপনে লৈ যোৱা অৱস্থাত চিৰাঙৰ বিজনীৰ টোলগেটত জব্দ কৰে বিজনী আঞ্চলিক আছুয়ে । বৃহৎ নদীবান্ধৰ কামত ব‍্যৱহাৰ হ’বলগীয়া এইসমূহ টাৰ্বাইন চাৰিখনকৈ গাড়ীৰে লৈ গৈ থকা হৈছিল।

ADVERTISEMENT

আৰক্ষীৰ স’তে বিজনী আছুৰ বাক বিতৰ্কতা অব‍্যাহত আছে। আছুয়েও কোনো পধ‍্যেই ল’ব নিদিয়ে এইসমূহ টাৰ্বাইন। আছু কৰ্মকৰ্তাই দাবী কৰে যে, বহিৰাগত বনিয়া গোষ্ঠিৰ উন্নয়ণৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ‍্য চৰকাৰে অসমক বৃহৎ নদী বান্ধৰ দ্বাৰা ধ্বংশৰ ষড়যন্ত্ৰ কৰিছে ।

Exit mobile version