৭১ সংখ্যক মন কী বাত

modi agenc

●দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
●১৯১২ চনৰ বানাৰসৰ পৰা চুৰি হোৱা মা অন্নপূৰ্না দেৱীৰ মূৰ্তি কেনেডাৰ পৰা ভাৰতলৈ ঘূৰাই অনা হৈছে।
● অন্নপূৰ্ণা দেৱীৰ মূৰ্তি ১০০বছৰৰ আগতে বনাৰসৰ এটা মন্দিৰৰ পৰা চুৰ কৰি দেশৰ বাহিৰত লৈ যোৱা হৈছিল।
●কেনেডা চৰকাৰ আৰু অন্নপূৰ্ণ দেৱীৰ মূৰ্তি ঘূৰাই অনা পূণ্য কাৰ্যটো সাৰ্থক কৰাত সহায় কৰা সকলো লোকক ধন্যবাদ জনাই ।
●মা অন্নপূৰ্নাৰ দেৱী কাশীৰ লগত বিশেষ সম্বন্ধ আছে সেই বাবে মা দেৱীৰ প্ৰতিমা ঘূৰি অহাটো আমাৰ সকলোৰে বাবে ভাগ্য।
●কৰ’না পৰিস্থিতিৰ মাজতো পালন কৰা হৈছে world heritage week
●১০খন virtual gallery চিনাক্তকৰণ কৰিবৰ বাবে কাম চলি আছে আৰু ইয়াৰ ফলত জনসাধাৰনে ঘৰত থাকিয়ে ভ্ৰমণ কৰিব পাৰিব দিল্লীৰ নেচনেল gallery ।টেকন’লজিৰ সহায়ত সাংস্কৃতিক ঐতিহ্য মণ্ডিত সম্পদ সমূহ  অধিক লোকৰ মাজত সম্প্ৰসাৰণ কৰা সম্ভৱ হ’ব
●ক’ভিড ভেকচিন সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণাৰ সম্ভাৱনা ।
●মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়ৰ cherry Blossom ৰ কথাও কয় যে , এতিয়া মেঘালয়ত cherry blossom ফুলাৰ ফলত পূৰ্বতকৈ মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য্য এতিয়া বৃদ্ধি পাইছে ।

Exit mobile version