চিৰাং জিলাৰ পানবাৰীত মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ প্ৰতিকৃতি দাহ আছুৰ

WhatsApp Image 2020 12 06 at 7.30.47 PM

চিৰাঙৰ পানবাৰীত আজি দুপৰীয়া পানবাৰী আঞ্চলিক ছাত্ৰ সন্থাই আজি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে।

প্ৰতিবাদকাৰী সকলে, “কা” আমি নামানো”,” হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ , হিমন্ত বিশ্ব শৰ্মা গো বেক”, আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।

সন্ধিয়া শৰ্মাই বিজনীত পদযাত্ৰা কৰি আহি থকা সময়ত চিৰাং জিলা সমিতি আছুয়ে কলা পতাকা প্ৰদৰ্শন কৰে।

জিলা সভাপতি ৰূপম দাসে কয়,’ কোনো পধ্যেই বিটিচিত বিজেপিক বিজয়ী হবলৈ নিদিও। জাতি ধ্বংশি “কা” আনি অসম ধ্বংশ কৰিব বিচৰা বিজেপিক অসমৰ পৰাই নিশেষ কৰাৰ বাবে আছু বদ্ধ পৰিকৰ। ‘

Exit mobile version