ৰাজস্থানৰ এখন বিয়াত বিবাহৰ দিনাই কইনাৰ শৰীৰত ধৰা পৰিল কৰ’না পজিটিভ

screenshot2020 12 06 22 29 00 687comwhatsapp 1607274173

ইতিমধ্যে বিয়াৰ সকলোবোৰ আয়োজন কৰা হ’ল ।বিয়াৰ দিনাই কৰ’না অৱস্থিতি ধৰা পৰাত পিছুৱাই দিব নোৱাৰা হ’ল বিয়া ।অৱশেষত ক’ভিড চেন্টাৰতে অনুষ্ঠিত কৰা হ’ল বিয়া । কইনা আৰু দৰা ঘৰৰ দুয়ো পক্ষই মিলি জিলা প্ৰশাসনৰ লগত কথা পতাত পিপি কিড পৰিধান কৰি ক’ভিড চেণ্টাৰতে সম্পন্ন কৰে বিয়া ।

Exit mobile version