UDALGURI BTC ELECTION POLL UPDATE

Voting India

ওদালগুৰি মহকুমাৰ পাঁচটা পৰিষদীয় সমষ্টিৰ ভোটদানৰ অন্তত ভোটদানৰ হাৰঃ

৩৬ হৰিশিঙা সমষ্টিঃ ৭৫%
৩৭ ধনশ্ৰী সমষ্টিঃ ৭৯%
৩৮ ভৈৰৱকুণ্ড সমষ্টিঃ ৭২%
৩৯ পাঁচনৈ ছেৰফাং সমষ্টিঃ ৭৫%
৪০ ৰৌতা সমষ্টিঃ ৭৬%

ভোটদানৰ হাৰ গড়ঃ ৭৫.৪%

Exit mobile version