Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ককলাবাৰীত পোন্ধৰ হেজাৰ-গয়বাৰীত ১০ হেজাৰ ভোটৰ ব্যৱধানত জয় হ’ব প্ৰমোদ বড়োঃ ধীৰাজ ডেকা

publisher by publisher
December 8, 2020
in Assam, India, News, Politics
Reading Time: 1 min read
0
ককলাবাৰীত পোন্ধৰ হেজাৰ-গয়বাৰীত ১০ হেজাৰ ভোটৰ ব্যৱধানত জয় হ’ব প্ৰমোদ বড়োঃ ধীৰাজ ডেকা
2
SHARES
15
VIEWS
ShareShareShareShare

শালবাৰীত সংবাদমেল ইউ পি পি এলৰ মুখপাত্ৰৰ

আজি শালবাৰীৰ ইউ পি পি এলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত মুখপাত্ৰ ধীৰাজ ডেকাই কয়, ‘কালি সমাপ্ত হোৱা বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বাক্সা আৰু ওদালগুৰি জিলাৰ ২১ টা সমষ্টিত হিলদল ভাঙি ওলাই আহি সকলো ৰাইজে ইউ পি পি এল দলক ট্ৰেক্টৰৰ ছবিত ভোট দিলে৷ ২১ টা সমষ্টিতেই ইউ পি পি এলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত৷ ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে প্ৰতিদ্বন্দ্বিতা কৰা ককলাবাৰী সমষ্টিত ১৫ হেজাৰৰো অধিক ভোটৰ ব্যৱধানত আৰু গয়বাৰী সমষ্টিত ১০ হেজাৰৰো অধিক ভোটৰ ব্যৱধানত জয় হ’ব৷

ADVERTISEMENT

১০ ডিচেম্বৰত হ’ব লগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯ টা সমষ্টিতেই ইউ পি পি এলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাৰ বাবে সাজু কৰা হৈছে৷ কাৰণ বিগত সময়ছোৱাত দুৰ্নীতি, ভ্ৰষ্টাচাৰ , অপশাসন আদিৰ পৰিৱৰ্তনৰ বাবে ওদালগুৰি আৰু বাক্সা জিলাৰ ভোটাৰ ৰাইজে ইউ পি পি এলক ভোট দিলে আৰু কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯ টা সমষ্টিটো সকলো জাতি- জনগোষ্ঠীৰ ভোটাৰ ৰাইজে ইউ পি পি এলক ভোটদান কৰিব। ইয়াৰ বাবে দলটোৰ হৈ মই ৰাইজলৈ মুকলি আহ্বান জনাইছো আৰু ১৫ ডিচেম্বৰত ইউ পি পি এল দলে এখন নতুন চৰকাৰ গঠন কৰি বিটিআৰৰ সকলো জাতি-জনগোষ্ঠী ৰাইজৰ মাজত ন্যায় আৰু উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিব৷

RelatedPosts

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

UPPL:বিধানসভা নিৰ্বাচনত অকলেই নিৰ্বাচন খেলাৰ সম্ভাৱনা ইউপিপিএলৰ

NDA ত্যাগ কৰিব UPPL !

ইতিমধ্যে বিটিআৰ চুক্তি সাক্ষৰিত হোৱাৰ পিছৰে পৰা বিটিআৰত আৰম্ভ হৈছে এক শান্তিৰ যাত্ৰা আৰু কালি বিটিআৰৰ ২১ টা সমষ্টিৰ ৰাইজে হিলদল ভাঙি ইউ পি পি এলক ভোট দি বিটিআৰত আৰম্ভ কৰিলে সমন্বয় আৰু সংকল্পৰ যাত্ৰা। যাৰ বাবে প্ৰমোদ বড়োৰ নেতৃত্বত থকা ইউ পি পি এল দলৰ ভিন্ন পৰ্যায়ৰ বিষয়ববীয়া সমিতি , বিষয়ববীয়াই সকলো জাতি-জনগোষ্ঠী ৰাইজক মুকলিভাৱে অভিনন্দন জনাইছো।

বিশেষকৈ ৰাইজক এইবাবে ধন্যবাদ জনাও যে বিপিএফৰ বাহুবল, ধনবল আৰু জিএছপি দলৰ আবেগিক, সাম্প্ৰদায়িক ৰাজনীতি ওফৰাই দি এক নতুন সংকল্প গ্ৰহণেৰে কালি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাইজে ইউ পি পি এলক ভোট দিলে লগতে ১০ ডিচেম্বৰতো একেই সিদ্ধান্ত গ্ৰহণ কৰিব কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ভোটাৰ ৰাইজে৷’

সংবাদমেলত ধীৰাজ ডেকাই লগতে কয় যে, বিটিআৰত শান্তি, সমন্বয় , উন্নয়ন , পৰিৱৰ্তনৰ সংকল্প যাত্ৰাত ইউ পি পি এল চৰকাৰ-দলৰ বিষয়ববীয়া আৰু ৰাইজে একেলগে অংশগ্ৰহণ কৰিব৷ সংবাদমেলত শালবাৰী সমষ্টিৰ প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে বিপুল ভোটত তেওঁৰ বিজয় নিশ্চিত কৰে৷

আজিৰ সংবাদমেলত ধীৰাজ ডেকা, বিনোদ মুছাহাৰীৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় নেতৃবৃন্দৰ, কনক চন্দ্ৰ বড়ো, সুৰেশ সৰকাৰ, প্ৰদীপ সৰকাৰ, ইয়াদ আলী, আবু তাহেৰ , মুকুন্দ দাস আদিয়ে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BTC Electiondhiraj dekakhalbari assamUPPL
publisher

publisher

Related Posts

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d