Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    ১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

    দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

NDA ত্যাগ কৰিব UPPL !

ডিচেম্বৰত ল'ব চুড়ান্ত সিদ্ধান্ত. বিজনীৰ বাহবাৰীত UPPL মন্থন সভা

publisher by publisher
October 29, 2025
in Assam
Reading Time: 1 min read
0
NDA ত্যাগ কৰিব UPPL !
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Guwahati:

ৰাজ্যৰ ৰাজনীতি এক এটা গুৰুত্বপূৰ্ণ খবৰ ৷ অচিৰেই এন ডি এৰে সম্পৰ্ক ছেদ কৰিব UPPL- এ ৷ ডিচেম্বৰৰৰ পহিলা সপ্তাহতে এই সম্পৰ্কীয় চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বিটিআৰৰ প্ৰধান বিৰোধী দলটোৱে ৷
বিজনীৰ বাৰীত UPPL ৰ সভাপতি প্ৰমোদ বড়োৰ সভাপতিত্বত অনুষ্ঠিত মন্থন সভাত NDA ত্যাগ কৰাৰ সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত লোৱা হয় ৷ সেই অনুসৰি আগন্তুক নিৰ্বাচনত UPPLয়ে বিটিআৰৰ ১৫ টা সমষ্টিৰ উপৰিও ৰাজ্যৰ আন ১২ টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৷ ১২ টা সমষ্টি হ’ল বৰচলা,ঢেকিয়াজুলি, ধেমাজী , দুধনৈ ,পশ্চিম গোৱালপাৰা ,ছয়গাঁও,বকো,নদুৱাৰ বজালী ডিমৰীয়া,গোলাঘাট,ৰঙিয়া ৷
উল্লেখ্য যে,সদ্য সমাপ্ত বিটিআৰ নিৰ্বাচনত ইউপিপিএলৰ পৰা সম দুৰত্ব বচাই বিজেপিয়ে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও দুয়োটা দলে মুখথেকেঁচা খায় ৷ আনহাতে ৰাজকীয় উদ্থানেৰে হাগ্ৰামা মহিলাৰীৰ বিপিএফে ২৮ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে UPPLয়ে ৭ খন আৰু বিজেপিয়ে ৫ খনতে সীমাবদ্ধ থাকে ৷
মনকৰিবলগীয়া যে, বিপিএফে বিটিচিত চৰকাৰ গঠন কৰাৰ পিছৰে পৰা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই প্ৰমোদ বড়োৰ পৰা সম দূৰত্ব বজাই ৰাখি বিপিএফে এক সম্পৰ্ক গঢ়ি তোলাৰ বাটে আগ্ৰহী হয় ৷ এনে ঘটনাক্ৰমৰ মাজতে বিপিএফক এনডিএত যোগদানৰ বাবে আমন্ত্ৰণ কৰে মুখ্যমন্ত্ৰী ড:শৰ্মাই ৷ কিন্ত হাগ্ৰামা মহিলাৰীৰ স্পষ্ট মত UPPL আউট হ’লেহে BPF ইন হ’ব এনডিএত ৷
কিন্ত আচৰিতজনকভাবে ১৮ অক্টোবৰত বিপিএফৰ মাজবাটৰ বিধায়ক চৰণ বড়োৱে কেবিনেট মন্ত্ৰী হিচাপে শপত লয় ৷ শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,,বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী,ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া সহ বিজেপিৰ মন্ত্ৰী- বিধায়ক সহ বিপিএফৰ বিধায়ক সকল ৷ অৱশ্যে শপত গ্ৰহণ অনুপস্থিত থাকে UPPLৰ মুৰব্বী প্ৰমোদ বড়ো।
ইপিনে কেবিনেট মন্ত্ৰী হিচাপে শপত লোৱা চৰণ বড়োক পৰিবহন সহ বড়োলেণ্ড উন্নয়ন দপ্তৰ অৰ্পণ কৰা হয় ৷ উল্লেখ্য যে বড়োলেণ্ড উন্নয়ন দপ্তৰটো পূৰ্বতে আছিল ইউপিপিএলৰ ইউজি ব্ৰক্ষ্মৰ হাতত ৷
আনহাতে চৰণ বড়োৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কয় চৰণ বড়োৰ মন্ত্ৰীত্বৰ জৰিয়তে NDA ত ইন হ’ল বিপিএফ ৷ সেই সূত্ৰে বিজেপিৰ দুজন পাৰিষদক কাৰ্যবাহী সদস্য আৰু এগৰাকী পাৰিষদক বিটিচি বিধান পৰিষদৰ উপাধ্যক্ষ পদ দিয়া হ’ব ৷
চৰণ বড়োৰ মন্ত্ৰীত্বৰ পিছৰে পৰা UPPLৰে বিজেপিৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ এক ইংগিত বহন কৰিছিল ৰাজ্যৰ ৰাজনীতিত ৷ একপ্ৰকাৰ অকলশৰীয়া হৈ পৰে UPPL ৷ এনেক্ষেত্ৰত দলটোৱে এনডিএ পৰা ওলায় অহাটোৱে একমাত্ৰ উপায় বুলি ভাবিবলৈ বাধ্য হৈছে ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: assam assembly elaction 2026Himanta Biswa SarmaNDAPramod BodoUPPL
publisher

publisher

Related Posts

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

October 16, 2026
দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

October 16, 2026
শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ
Assam

শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

October 16, 2026
Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

October 15, 2026
মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

October 14, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d