অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ স্মৃতি ৰক্ষার্থে নিৰ্মাণ হ’বলগীয়া ‘শ্বহীদ স্মাৰক’ আৰু ‘শ্বহীদ উদ্যান’ৰ ভূমিপূজন তথা নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে। জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি শ্বহীদসকলৰ মহান ত্যাগক তেও শ্ৰদ্ধাৰে স্মৰণ কৰে।
ADVERTISEMENT