Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পাঠশালাত অগপ ৰ দ্বাৰা কেন্দ্ৰীয় ভাৱে ছহিদ দিৱস উদযাপন

publisher by publisher
December 10, 2020
in Assam, India, News
Reading Time: 1 min read
0
পাঠশালাত অগপ ৰ দ্বাৰা কেন্দ্ৰীয় ভাৱে ছহিদ দিৱস উদযাপন
1
SHARES
12
VIEWS
ShareShareShareShare

আগন্তুক বিধান সভা নিৰ্বাচনত বিগত নিৰ্বাচনৰ দৰে অগপ ৰ হাতত সকলো সমস্তি থাকিৱ নে নাই সেয়া আজি এ স্পষ্ট নহয় যদিও জনপ্ৰিয়তাৰ ভিত্তিত কিছু সাল সলনি হব পাৰে আৰু এনে বিষয় বিজেপিৰ সতে পৰ্যালোচনা কৰিহে দিয়া হব, অৱশ্যে বিগত নিৰ্বাচনত কৈ কিছু সাল সলনি দেখা পোৱা যাব l পাঠশালাত আজি ছহিদ দিৱস কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এনে গুৰুত্বপূৰ্ণ মত পোষণ কৰে অগপ মন্ত্ৰী ফনিভুষন চৌধুৰী য়ে l

ADVERTISEMENT

একেলগে মন্ত্ৰী কেশব মহন্ত ই ও বিজেপিৰ সতে আলোচনাৰ অন্তত টিকেট কেন্দ্ৰীক সিধান্ত লোৱা হব বুলি ও মত পোষণ কৰে l ইয়াৰ মাজতে পাঠশালাৰ স্হানীয় ভগৱতী ক্ষেত্ৰত আজি অগপ ই কেন্দ্ৰীয় ভাৱে উদযাপন কৰে ছহিদ দিৱস l অসম আন্দোলনৰ প্ৰথম গৰাকী ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোত আজি ছহিদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে l

RelatedPosts

টিকট নাপাই ক্ষোভ!

সমষ্টি বিতৰণক লৈ আলোচনাৰ আৰু অৱকাশ নাই বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে এতিয়া সমষ্টিৰ খাটাং সিদ্ধান্ত হোৱা নাই: বৰা

ৰাজ্যৰ ১৮ লাখ কৃষকে লাভ কৰিলে পিএম কিষাণৰ কিস্তিৰ ৩৬৩ কোটি

উক্ত অনুষ্ঠানত আজি অগপ ৰ প্ৰায় আটাইকেইজন শীৰ্ষ নেতা উপস্থিত থাকে l সেই অনুসাৰে আজি পাঠশালাৰ স্হানীয় ভগৱতী ক্ষেত্ৰত ৰাতিপুৱা অগপ নেতা তথা বৰপেটা সমস্তিৰ বিধায়ক গুণীন দাসে পতাকা উত্তোলন কৰে l তাৰ পিছতে ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধা কান্ত তালুকদাৰে ছহিদ তৰ্পন কাৰ্য্যসূচী মুকলি কৰে l সতীৰ্থ সোঁৱৰন কাৰ্য্যসুচী মুকলি কৰে ডাঃ কমলা কান্ত কলিতা ই l

অগপৰ পাটাছাৰকুছি বিধান পৰিষদৰ মুকলি সভাত অগপ ৰ সভাপতি অতুল বৰা মন্ত্ৰী কেশব মহন্ত, ফনি ভূষন চৌধুৰী, সাংসদ বীৰেন বৈশ্য, অগপ ৰ, অগপ ৰ উপ সভাপতি, সুনীল ডেকা, মুখপাত্ৰ ড০ তপন দাস, উপ সভাপতি আক্ৰাম হুছেইন, লগতে জনপ্ৰিয় কণ্ঠশিল্পী তথা অগপ নেত্ৰী কল্পনা পাটোৱাৰী উপস্থিত হৈ আজি ছহিদৰ ত্যাগক সোঁৱৰণ কৰে। মঞ্চই আজি ছহিদক সোঁৱৰন কৰি কন্ঠশিল্পী কল্পনা পাটোৱাৰী য়ে গোৱা গীত আৰু কণমানি শিল্পী নিশান্ত ই গোৱা গীতে উপস্থিত জনতাক সন্মোহিত কৰে l

অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি পাটাছাৰকুছি অগপ বিধান পৰিষদৰ দ্বাৰা ছহিদ সকলক সোৱৰন কৰি বন্তি প্ৰজ্বলন কাৰ্য্যসূচী ও ৰূপায়ন কৰা হয় l স্হানীয় অগপ নেতা বুবুল আহমেদ, ৰাতুল ৰয়, লগতে অগপ নেতা ধ্ৰুব দত্ত আদি য়ে এই কাৰ্য্যসূচী ৰূপায়ন কৰি আজি ছহীদক সোঁৱৰন কৰে l বিশেষ ভাৱে বহু প্ৰত্যাহ্বানৰ মাজতে অগপ ৰ ছহিদ দিৱসৰ এনে সফল পৰিনতি হোৱা বাবে পাটাছাৰকুছি অগপ বিধান পৰিষদৰ সভাপতি জিন্টু চৌধুৰী আৰু সম্পাদক বুবুল আহমেদে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে .

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AGP leadersAtul BoraKalpana PatowaryPhani Bhusan Choudhury
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d