Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সমষ্টি বিতৰণক লৈ আলোচনাৰ আৰু অৱকাশ নাই বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে এতিয়া সমষ্টিৰ খাটাং সিদ্ধান্ত হোৱা নাই: বৰা

publisher by publisher
March 13, 2026
in Assam, News
Reading Time: 1 min read
0
সমষ্টি বিতৰণক লৈ আলোচনাৰ আৰু অৱকাশ নাই বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে এতিয়া সমষ্টিৰ খাটাং সিদ্ধান্ত হোৱা নাই: বৰা
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অগপৰে মিত্ৰতাৰ আলোচনা সমাপ্ত বুলি কালি স্পষ্ট কৰিলেও অগপ সভাপতি মন্ত্রী অতুল বৰাই কথা-বতৰা এতিয়াও চলি আছে বুলি সদৰী কৰাত উভয় দলৰ তৃণমূল পর্যায়ত চৰম বিভ্রান্তিৰ সৃষ্টি হৈছে। বিজেপি-অগপ উভয় দলৰ তৃণমূল কর্মীসকলৰ মাজত এনে পৰম্পৰ বিৰোধী ভাষ্যই জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি চৰ্চা আৰম্ভ হৈছে।

ADVERTISEMENT

শাসকীয় মিত্রজোটৰ দুই প্রধান দল বিজেপি আৰু অগপ নেতৃত্বৰ স্থিতিত স্পষ্ট হয় যে তেওঁলোকৰ মাজৰ নিমিলা অংক অধিক মেৰপেচৰ মাজত সোমাইছে। আজি মুখ্যমন্ত্রী ড° শর্মাই স্পষ্ট কৰে যে অগপৰ লগত বিজেপিৰ আলোচনা কৰিবলগীয়া এতিয়া একো নাই। আলোচনা শেষ হৈছে, গতিকে সমষ্টিৰো ভাগ বাটোৱাৰা সম্পূৰ্ণ হৈছে। ইয়াৰ বিপৰীতে অগপৰ সভাপতি অতুল বৰাই কয় যে এতিয়াও কথা-বতৰা চলিহে আছে। গতিকে সমষ্টিৰ ভাগ বাটোৱাৰা খাটাং হোৱা নাই ।

অগপ সূত্রত প্রকাশ যে দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ স’তে হোৱা আলোচনাতহে প্রকৃতার্থত মিত্ৰতাৰ বিষয়টো স্পষ্ট হ’ব বুলি অগপ নেতৃত্বই ঘনিষ্ঠ মহলত প্রকাশ কৰিছে।

মুখ্যমন্ত্রীয়ে কালি ইয়াত বিষয়টোক লৈ সাংবাদিকৰ আগত কয়, ‘আমাৰ মতে অসম গণ পৰিষদৰ লগত সকলো চূড়ান্ত হৈছে। ভৱিষ্যতে কিবা আলোচনাৰ অৱকাশ আৰু নাই। মোৰ ফালৰ পৰা তেওঁলোকক জনাই দিছো যে এতিয়া আৰু আলোচনা নহয়। ইতিমধ্যে তেওঁলোকক কৈ দিয়া হৈছে যে এইকেইটা সমষ্টি আপোনালোকক দিয়া হৈছে আৰু আনকেইটা আমি লৈছো। গতিকে আলোচনাৰ কথা আৰু নাহে।’

ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে অগপই দুটা সমষ্টিক লৈ আলোচনা কৰিব বিচাৰে; কিন্তু বিজেপিৰ মতে আলোচনাৰ কথা আৰু নাহে। এই সন্দর্ভতো মুখ্যমন্ত্রীয়ে কয়, ‘মই তেওঁলোকক কৈ দিছো, এতিয়া আৰু আলোচনা নহয়। যি দুটা সমষ্টিক লৈ তেওঁলোকে কথা পাতিব বিচাৰে, তাত প্রতিদ্বন্দ্বিতা হ’ব। বন্ধুত্বমূলকো হ’ব পাৰে। তেওঁলোকে যি দুটা সমষ্টিৰ কথা কৈ আছে, সেই দুটা আমিতো এৰি দিব নোৱাৰো। গতিকে তাত প্রতিদ্বন্দ্বিতা হ’ব।’

অগপক বিজেপিয়ে কিমানটা সমষ্টি এৰি দিব, সেই বিষয়েও ৰাজনৈতিক মহলত চর্চা হৈ আহিছে। এই সন্দর্ভত মুখ্যমন্ত্রীয়ে কয় যে দলটোৰ বৰ্তমান নজন বিধায়ক আছে আৰু সেই সংখ্যাতকৈ বহু বেছি আসন দিয়া হৈছে। সেই সংখ্যা ২২তকৈ অধিক বুলি মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে দাবী কৰে যে বিজেপিয়ে অগপক ক্ষতি কৰা কোনো কাম কৰা নাই।

মুখ্যমন্ত্ৰীৰ ভাষ্যৰ বিপৰীতে অতুল বৰাই সমষ্টিকেন্দ্রিক সিদ্ধান্ত অদ্যাপি চূড়ান্ত নোহোৱা বুলি উল্লেখ কৰি কয়, ‘আমি আশা কৰো যে দুই-এবাৰ বহিলেই সর্বসম্মত সিদ্ধান্তত উপনীত হম। গতিকে সমষ্টিক লৈ আমাৰ মাজত খাটাং সিদ্ধান্ত হোৱা নাই। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত যেতিয়ালৈকে সিদ্ধান্ত নহয়, তেতিয়ালৈকে সমষ্টিৰ বিষয়টো চূড়ান্ত নহয়। ২০১৬ আৰু ২০২১ৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতহে মিত্ৰতাৰ সিদ্ধান্তটো হৈছিল। কথা-বতৰা এতিয়াও চলি আছে। আমি আশা কৰো যে মিত্ৰতা আমাৰ মাজত ভালদৰে হ’ব।’

প্রসংগক্রমে উল্লেখ্য যে বিশেষকৈ অগপ মিত্ৰতাৰ বিষয়টোক লৈ যথেষ্ট সন্ধিক্ষণত আছে। দলটোৰ আটাইকেইজন বিধায়কে প্রার্থিত্ব পাবই লাগিব বুলি নেতৃত্বৰ ওচৰত দাবী দাখিল কৰাৰ লগতে বিজেপিকো এই বিষয়টো স্পষ্টভাবে জনাই দিয়া হৈছে। বৰ্তমানৰ বিধায়ককেইজনৰ মাজৰ কোনোবা প্রার্থিত্বৰ পৰা বঞ্চিত হ’লে তাৰ বিৰূপ প্ৰভাৱ পৰাৰো আশংকা আছে বুলি অগপ নেতৃত্বই ভাবিবলৈ বাধ্য হৈছে। ডাঃ কমলাকান্ত কলিতাৰ দৰে জ্যেষ্ঠ নেতাই আপোচৰ কথা মুঠেই আহিব নোৱাৰে বুলিও নিজৰ দলৰ নেতৃত্বক জনাই দিছে। নজন বিধায়ককে প্রার্থিত্ব দিবই লাগিব বুলি স্পষ্ট কৰি দিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। লক্ষ্যণীয় যে কলিতাৰ প্রার্থিত্বক লৈয়ে যথেষ্ট টনা-আঁজোৰাৰ সৃষ্টি হৈছে। কলিতাই মধ্য গুৱাহাটী সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবই বুলি কেৱল নিজৰ দলৰ নেতৃত্বকে নহয়, মুখ্যমন্ত্রীকো জনাই দিছে। কলিতাৰ দাবী মানিবলৈকে অগপই বিজেপিয়ে এৰি দিয়া ডিমৰীয়া সমষ্টিও ত্যাগ কৰিবলৈ সাজু হৈছে। দলটোৰ সূত্রই জনায় যে অগপৰ এই দাবীৰ কথা মুখ্যমন্ত্ৰীয়ে মুঠেও গুৰুত্ব দিয়া নাই। কালি যি দুটা সমষ্টিক লৈ অগপই বিজেপিৰ লগত আলোচনা কৰিব বিচাৰে বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে, তাৰে এটা হ’ল মধ্য গুৱাহাটী।

চর্চা অনুসৰি প্ৰাৰ্থিত্ব লাভ নকৰিলে কলিতাই বিজেপিলৈ যাব নেকি বুলিও প্রশ্ন উঠিছে। ইয়াৰ মাজতে আজি অভয়াপুৰীত আন এজন প্রার্থিত্ব প্রত্যাশী প্রাক্তন বিধায়ক ভূপেন ৰায়ে আজি প্রার্থিত্ব বঞ্চিত হোৱাৰ সম্ভাৱনাত বিজেপিত যোগদান কৰা বুলিও হুৱা-দুৱা লাগে। মনকৰিবলগীয়া যে পূৰ্বৰ দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টি আৰু বৰ্তমানৰ নৱগঠিত অভয়াপুৰী বিধানসভা সমষ্টিত বর্তমান বিধায়ক হিচাপে আছে প্রদীপ কুমাৰ সৰকাৰ। ইপিনে, প্রাক্তন বিধায়ক ৰায়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পূৰ্বৰ উত্তৰ অভয়াপুৰী সমষ্টি আৰু বৰ্তমানৰ সৃজনগ্রাম ত্যাগ কৰি অভয়াপুৰী সমষ্টিত অগপৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হয়।

একেদৰে বিজেপিৰ পৰাও জিলা সভাপতি উজ্জ্বল কান্তি বায়কে ধৰি কে’বাজনেও আবেদন জনায়। ইপিনে, মুখ্যমন্ত্রী ড° শৰ্মাই অভয়াপুৰীত বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰাত ৰায় বিমোৰত পৰে। ইয়াৰ মাজতে তুমুল চর্চা আৰম্ভ হয় যে ৰায়ে বিজেপি দলত যোগদান কৰিব আৰু প্ৰাৰ্থিত্ব লাভ কৰিব। এই চৰ্চাক কেন্দ্ৰ কৰি বিজেপিৰ ভিতৰচ’ৰাত হুৱা-দুৱা লাগিছে। স্থানীয় বিজেপিৰ নেতাসকলে কয় যে বছৰ বছৰ ধৰি কপালৰ ঘাম মাটিত পেলাই দলৰ ভেটি শক্তিশালী কৰি তেওঁলোক আর্থিকভারে সর্বশ্রান্ত হৈছে। এই পৰিস্থিতিত আমদানিকৃত লোকক প্রার্থীক প্রার্থিত্ব দিলে কোনো পক্ষই মানি নলয় বুলিও একাংশ কয়। দলৰ ভিতৰত এই পৰিস্থিতিত বিস্ফোৰণ ঘটিব বুলিও এটা মহলে হুংকাৰ দি আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Atul BoraBJPHimanta Biswa Sarma
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d