Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Israel -Iran War:সংঘৰ্ষ হ্ৰাসৰ লক্ষণ নাই! আক্ৰমণৰ লক্ষ্য: ইৰানৰ ৩০, ইজৰাইলৰ ৮০ স্থান

    পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক ত্ৰুটি!

    How Israel is countering missile attacks: ক্ষেপণাস্ত্র আক্রমণ কেনেকৈ প্রতিহত কৰিছে ইজৰাইলে

    ইউপিআই লেনদেনৰ গতি বাঢ়িল, আগষ্টৰ পৰা আৰম্ভ হ’ব নতুন নিয়ম 

    Kaziranga National Park: উদ্যোগীকৰণ! কাজিৰঙাৰ ষষ্ঠ সংযোজন বাতিল

    উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কলগাছিয়া আৰক্ষীৰ জালত ব্ৰাউন চুগাৰ সৰবৰাহকাৰী

publisher by publisher
December 11, 2020
in Assam, India, News
Reading Time: 1 min read
0
কলগাছিয়া আৰক্ষীৰ জালত ব্ৰাউন চুগাৰ সৰবৰাহকাৰী
2
SHARES
20
VIEWS
ShareShareShareShare

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত দীৰ্ঘ দিনৰ পৰাই ড্ৰাগচ্, মদ, তিৰ-জুৱা আদিৰ দৰে অসামাজিক কাৰ্য চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে। তেনে সময়তে আজি গোপন সূত্ৰৰ পম খেদি কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওঁপুৰ বেঁকী নদীৰ দলঙৰ সমীপত এজন সন্দেহজনক ব্ৰাউন চুগাৰ সৰবৰাহকাৰীক কলগাছিয়া আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

ADVERTISEMENT

ব্ৰাউন চুগাৰ সৰবৰাহকাৰীজন কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ভেৰাগাঁৱৰ জালাল উদ্দিনৰ পুত্ৰ মতিয়াৰ ৰহমান (৩৫) বুলি জানিব পৰা গৈছে। ধৃত ৰহমানৰ পৰা ৫৪.৫ গ্ৰাম সন্দেহমূলক ব্ৰাউন চুগাৰ পোৱা গৈছে। মতিয়াৰ ৰহমানৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষীয়ে ৬৭৬ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ২১ এবি/ ২২ এবি এন ডি পি এছ ধাৰাত গোচৰ ৰুজু কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰিছে।

RelatedPosts

কলগাছিয়াত কাঠৰ দলং নিৰ্মাণৰ নামত ১৭ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ

নাদত পৰি উৰেনিশা ককবকাই থকা ৰেজ্জাক আলীৰ কথমপি প্ৰাণ ৰক্ষা

কলগাছিয়াত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

WhatsApp Image 2020 12 11 at 7.06.50 PM

বৰপেটা সদৰ থানাৰ এলেকাধীন জনীয়াৰ কোনোবা নিষিদ্ধ ড্ৰাগচ্ ব্যাৱসায়ীক উক্ত ব্ৰাউন চুগাৰখিনি হস্তান্তৰ কৰিবলৈ আহিছিল। কিন্তু জনীয়াৰ ড্ৰাগচ্ ব্যাৱসায়ীজনক লগ নাপাই ব্ৰাউন চুগাৰখিনি ঘূৰাই লৈ গৈ থকাৰ পথত কলগাছিয়া আৰক্ষীয়ে ব্ৰাউন চুগাৰসহ এজনক আটক কৰে আৰু লগত থকা আন দুজন ব্ৰাউন চুগাৰ সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয়।

উল্লেখ্য যে, জনীয়াত নিচা জাতীয় টেবলট, ব্ৰাউন চুগাৰ, ড্ৰাগচ্, মদ, জুৱা, তীৰ খেলৰ দৰে অসামাজিক কাম দিনক দিনে বৃদ্ধি পাই আহিছে। ধৃত ব্ৰাউন চুগাৰ সৰবৰাহকাৰীৰ জৰিয়তে এনে অসামাজিক কামৰ লগত জড়িত বহুতো ৰৌ-বৰালী উলিয়াব পৰা যাব বুলি ৰাইজৰ মাজত চৰ্চা চলিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: drugs seller grafterkalgasia assam
publisher

publisher

Related Posts

Israel -Iran War:সংঘৰ্ষ হ্ৰাসৰ লক্ষণ নাই! আক্ৰমণৰ লক্ষ্য: ইৰানৰ ৩০, ইজৰাইলৰ ৮০ স্থান
News

June 17, 2025
পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক ত্ৰুটি!
India

পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক ত্ৰুটি!

June 17, 2025
How Israel is countering missile attacks: ক্ষেপণাস্ত্র আক্রমণ কেনেকৈ প্রতিহত কৰিছে ইজৰাইলে
News

How Israel is countering missile attacks: ক্ষেপণাস্ত্র আক্রমণ কেনেকৈ প্রতিহত কৰিছে ইজৰাইলে

June 17, 2025
ইউপিআই লেনদেনৰ গতি বাঢ়িল, আগষ্টৰ পৰা আৰম্ভ হ’ব নতুন নিয়ম 
India

ইউপিআই লেনদেনৰ গতি বাঢ়িল, আগষ্টৰ পৰা আৰম্ভ হ’ব নতুন নিয়ম 

June 17, 2025
Kaziranga National Park: উদ্যোগীকৰণ! কাজিৰঙাৰ ষষ্ঠ সংযোজন বাতিল
News

Kaziranga National Park: উদ্যোগীকৰণ! কাজিৰঙাৰ ষষ্ঠ সংযোজন বাতিল

June 17, 2025
উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত
India

উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত

June 16, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d