- অগপই আঞ্চলিকতাবাদী চৰিত্র হেৰুৱাইছে । বিজেপিৰ আজ্ঞাবাহী হৈ পৰিছে ।
- অসম জাতীয় পৰিষদত যোগদানৰ সম্ভাৱনা আছে পবিন্দ্ৰ দেকাৰ ।
- ইয়াৰ ওপৰিও অগপৰ বিধান ক্ৰমে সত্যব্ৰত কলিতা, ৰেণুপমা ৰাজখোৱা, ৰমেন্দ্ৰ নাৰায়ণ কলিতাও অসম জাতীয় পৰিষদত যোগদানৰ সম্ভাৱনা আছে ।
ADVERTISEMENT