নাইট কাৰ্ফিউৰ সময়ত পাৰ্টি কৰি গ্ৰেপ্তাৰ হ’ল চেলিব্ৰিটি

● ২২ ডিচেম্বৰৰ পৰা পাঁচ জানুৱাৰীলৈকে মুম্বাইত জাৰি কৰা হৈছিল নাইট কাৰ্ফিউ ।

● কাৰ্ফিউৰ মাজতে ড্ৰেগন ফ্লাই নামৰ পাবত মুম্বাই আৰক্ষীয়ে চলাইছিল অভিযান।

● নাইট কাৰ্ফিউ উলংঘা কৰাৰ লগতে ক’ৰোনাৰ নিয়ম উলংঘা কৰাৰ অভিযোগত মুম্বাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩৪ জন লোককক।

● তথ্য অনুসৰি প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাকে ধৰি কেইবাজনো চেলিব্ৰেটি উপস্থিত থাকে পাবত ।

● সকলোকে গ্ৰেপ্তাৰ কৰা হয় যদিও পৰৱৰ্তী সময়ত জামিন লাভ কৰে ।

Exit mobile version