জানুৱাৰী ২০২১-ৰ ভিতৰত ভাৰতত ‘টেছলা’ই অপাৰেচন আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে

model x social

পৰিকল্পনা অনুসৰি জুন ২০২১-ৰ ভিতৰত ভাৰতত মডেল ৩ আৰম্ভ কৰা হ’ব আৰু গাড়ীখন সম্পূৰ্ণৰূপে আমদানি কৰা হ’ব । ইয়াৰ মূল্য ৫৫ লাখ টকা হোৱাৰ সম্ভাৱনা আছে।

ভাৰতত টেছলাৰ উন্মোচন অৰ্ধ দশক পূৰ্বৰ পৰাই নিৰ্দ্ধাৰিত হৈ আছিল। ইলোন মাস্কে নিজে বহুবাৰ কৈছিল । চলিত বৰ্ষৰ আৰম্ভণিটো তেওঁ কৈছিল।

কিন্তু এতিয়া ইটি অট’ৰ এক প্ৰতিবেদনে দাবী কৰিছে যে টেছলাই ২০২১ৰ জানুৱাৰীত  আনুষ্ঠানিকভাৱে ভাৰতত প্ৰৱেশ কৰাৰ প্ৰস্তুতি কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে টেছলাই জুনৰ পৰা মডেল ৩-ৰ বাবে প্ৰি-বুকিং খুলিব আৰু  Q1 ২০২১-২০২০ ৰ শেষৰ ফালে গাড়ীৰ ডেলিভাৰী আৰম্ভ কৰিব।

Exit mobile version