Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

চকু থৰ লাগিব ঐতিহাসিকৰঃ ৭৯ খ্ৰীষ্টাব্দত আগ্নেয়গিৰি উদগিৰণৰ ফলত ধ্বংস হৈছিল ৰোমৰ পম্পে

publisher by publisher
December 30, 2020
in News, Tourism, world
Reading Time: 1 min read
0
চকু থৰ লাগিব ঐতিহাসিকৰঃ ৭৯ খ্ৰীষ্টাব্দত আগ্নেয়গিৰি উদগিৰণৰ ফলত ধ্বংস হৈছিল ৰোমৰ পম্পে
11
SHARES
114
VIEWS
ShareShareShareShare

দুহেজাৰ বছৰ পূৰ্বেও ৰোমত ফাষ্টফুডৰ ৰমৰমীয়া ব্যৱসায় চলিছিল । উদ্ধাৰ হোৱা ধ্বংসাৱশেষৰ মাজতে উদ্ধাৰ হৈছে এই তথ্য । যি তথ্য দেখি চকু থৰ লাগিছে ঐতিহাসিকসকলৰো । দুহেজাৰ বছৰ পূৰ্বে অগ্নিৰ গ্ৰাসত পৰা ৰোমত ইতিপূৰ্বে ফচিলৰ ৰূপত উদ্ধাৰ হৈছিল দুটিকৈ মানৱ শৰীৰ ।

ADVERTISEMENT

শেহতীয়াকৈ এইবাৰ লাভ কৰা ফাষ্টফুড কাউণ্টাৰৰ । উদ্ধাৰ হোৱা এই স্থাপত্য বৰ্তমানৰ ফাষ্টফুডৰ বিপনীৰে যথেষ্ট মিল আছে । ৭৯ খ্ৰীষ্টাব্দত মাউণ্ট বিছুভিয়াছৰ ছাইৰ তলত কি কি লুপ্ত হৈ গৈছিল সেই কথাৰ বৰ্তমানেও সঠিক হিচাপ পাবলৈ নাই । কিন্তু পুৰাতত্ত্ববিদসকলে বিভিন্ন সময়ত উদ্ধাৰ কৰা সামগ্ৰীৰ পৰীক্ষা কৰি দুহেজাৰ বছৰ পুৰণি ৰোমৰ জীৱনযাত্ৰা সম্পৰ্কে নতুন বহু কথা জানিব পাৰিছে ।

RelatedPosts

মাটিৰ তলত প্ৰায় অক্ষত অৱস্থাত দুহেজাৰ বছৰীয়া ৰথ উদ্ধাৰ

ইটালীত উদ্ধাৰ দুহেজাৰ বছৰীয়া প্ৰাচীন দেহাৱশেষ

ইয়াৰ আধাৰতে এটা পথৰ কাষত খাদ্যৰ দোকানবিলাক থকাটো নিশ্চিত হয় । খাদ্যৰ দোকানবিলাকত সুৰাপানৰ ব্যৱস্থা কৰাটোও নিশ্চিত কৰা হৈছে । খাদ্য সামগ্ৰীবিলাকো তপতে তপতে দিয়াৰ তথ্যও পোৱা গৈছে । উদ্ধাৰ কৰা পুৰণা পোৰা মাটিৰ পাত্ৰই এনে কথাৰ সাক্ষ্য বহন কৰিছে । লেটিন ভাষাত এনে খাদ্য বিপনীবিলাকক ‘তাৰম’পোলিয়াম’ বুলি কোৱা হয় ।

উদ্ধাৰ হোৱা স্থাপত্যৰ পৰীক্ষাৰ পাছত দোকানবিলাকৰ কাউণ্টাৰত ধন লোৱা লোক বহাৰ বিশেষ ব্যৱস্থাও দেখিবলৈ পোৱা গৈছে । কাউণ্টাৰৰ কাষতে বহুকেইটা গোলাকাৰ পাত্ৰত খাদ্য গৰম কৰি ৰখাৰ ব্যৱস্থাও দেখিবলৈ পোৱা গৈছে । দোকানৰ সন্মুখৰ ভাগত ৰঙীন সাজ-সজ্জাৰ ব্যৱস্থাৰো সন্ধান লাভ কৰা হৈছে ।

কেনেধৰণৰ খাদ্য সামগ্ৰী বিক্ৰী কৰা হৈছিল তাৰো উমান লাভ কৰা হৈছে । স্থানীয় পুৰাতাত্ত্বিক উদ্যানৰ সঞ্চালক মাচিমো ওচানে জনোৱা অনুসৰি নতুনকৈ লাভ কৰা তথ্যই সকলোকে আচৰিত কৰি তুলিছে । প্ৰথমবাৰৰ বাবে এনেধৰণৰ খাদ্যৰ দোকানৰ ৰোমত সন্ধান লাভ কৰা হৈছে ।

ইয়াৰ পূৰ্বে কাৰুকাৰ্য খচিত ব্ৰঞ্জৰ সুৰাপান কৰা পাত্ৰ, জুলীয়া খাদ্য বনাবলৈ ব্যৱহাৰ কৰা চেৰামিকৰ পাত্ৰ, পানী ৰখা পাত্ৰ তথা সৰু মুখৰ পানী ৰখা পাত্ৰও উদ্ধাৰ কৰা হৈছে । ব্ৰঞ্জৰ পাত্ৰক ‘পাতেৰা’ আৰু পানী ৰখা সৰু পাত্ৰক ‘এমফোৰা’ নামেৰে জনা গৈছিল ।

ইতিহাস অনুসৰি ৭৯ খ্ৰীষ্টাব্দত ইটালীৰ নাপেলছৰ ওচৰৰ বিখ্যাত বিচুভিয়াছ আগ্নেয়গিৰিৰ পৰা লাভা ওলাবলৈ ধৰে । এটা সময়ত তললৈ নামি আহে এই লাভা । এই উদগীৰণ কে’বাটাও পৰমাণু বোমাৰ সমান আছিল বুলিও পুৰাতত্ত্ববিদসকলে জনাইছে । ফলত এই লাভাত তল যায় পম্পে, হাৰকিউলানিয়াম, অপলণ্টিছ তথা স্তাবিয়া আদি চহৰ ।

ইয়াৰ ভিতৰত পম্পে সম্পূৰ্ণভাৱে ধ্বংসস্তূপত পৰিণত হয় । কিমান মানুহৰ ইয়াত মৃত্যু হৈছিল তাৰ কোনো স্পষ্ট তথ্য এতিয়াও লাভ কৰা হোৱা নাই । অনুমান কৰা মতে সেই সময়ৰ জনসংখ্যা অনুসৰি ১৩শৰো অধিক লোকৰ মৃত্যু হৈছিল ।

ষোড়শ শতিকাত এই ধ্বংসাৱশেষ প্ৰথম দৃষ্টিলৈ আহে । সম্প্ৰতি কাললৈ চহৰখনত দুহেজাৰৰো অধিক ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে । ইয়াৰ ভিতৰত বহু অবাক হ’বলগীয়া তথ্যও আছে । বিশ্বৰ বহুস্থানৰ পৰ্যটক আহে এই ধ্বংসাৱশেষ চাবলৈ । ৰোমৰ কল’ছিয়ামৰ পাছতে পম্পেলৈ আহে সৰ্বাধিক পৰ্যটক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Fast Food StallpompeiiRoman
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d