Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মাটিৰ তলত প্ৰায় অক্ষত অৱস্থাত দুহেজাৰ বছৰীয়া ৰথ উদ্ধাৰ

publisher by publisher
March 2, 2021
in News, world
Reading Time: 1 min read
0
মাটিৰ তলত প্ৰায় অক্ষত অৱস্থাত দুহেজাৰ বছৰীয়া ৰথ উদ্ধাৰ
5
SHARES
48
VIEWS
ShareShareShareShare

RelatedPosts

চকু থৰ লাগিব ঐতিহাসিকৰঃ ৭৯ খ্ৰীষ্টাব্দত আগ্নেয়গিৰি উদগিৰণৰ ফলত ধ্বংস হৈছিল ৰোমৰ পম্পে

ইটালীত উদ্ধাৰ দুহেজাৰ বছৰীয়া প্ৰাচীন দেহাৱশেষ

মাটিৰ তলত দুহেজাৰ বছৰ ধৰি প্ৰায় অক্ষত অৱস্থাত থকা এখন প্ৰাচীন ৰথ আৱিষ্কাৰ হৈছে ইটালীত । দেশখনৰ প’ম্পেইয়ি চহৰৰ প্ৰত্নতাত্বিক বিষয়াসকলে এই কথা ঘোষণা কৰি জনাইছে যে এয়া এক ব্যতিক্ৰমী আৰু নজিৰবিহীন আৱিষ্কাৰ । ইয়াৰ পূৰ্বে ইটালীত ইমান গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হোৱা নাছিল । প্ৰত্নতাত্বিকৰ মতে, উৎসৱ-পৰৱৰ সময়ত এই ৰথখন ব্যৱহাৰ কৰা হৈছিল ।

ADVERTISEMENT

Pompeii a Roman chariot found among the tunnels of the

প’ম্পেইয়িত খননকাৰ্যত ব্যস্ত থকা প্ৰত্নতাত্বিকসকলে জনাইছে যে ৰথখনৰ লোৰ গাঁথনি, ব্ৰঞ্জৰ সাজ-সজ্জা তথা সুদৃশ্য কাৰুকাৰ্য কৰা কাঠৰ ব্যৱহাৰৰ প্ৰমাণ এতিয়াও স্পষ্ট হৈ আছে । ইটালীৰ প্ৰাচীন চহৰ প’ম্পেইয়িৰ উত্তৰ দিশে উদ্ধাৰ হোৱা এই ৰথখন ৰখা আছিল চহৰৰ প্ৰাচীৰৰ কাষতে থকা এটা আস্তাবলৰ সন্মুখত ।

117325428 99591f92 9114 4de9 9ee7 d2388eb0aca5

উল্লেখ্য যে এই ৰথখন আৱিষ্কাৰ হোৱা স্থানৰ সমীপতে কিছু মাহৰ পূৰ্বে তিনিটা ঘোঁৰাৰ দেহাৱশেষ উদ্ধাৰ হৈছিল । প্ৰায় দুহেজাৰ বছৰৰ পূৰ্বে ৭৯ খ্ৰীষ্টাব্দত ভিছুভিয়াছ আগ্নেয়গিৰিৰ ভয়ংকাৰ লাভা উদগীৰণৰ ফলত ধ্বংস হৈছিল ইটালীৰ প্ৰাচীন চহৰ প’ম্পেইয়ি ।

Roman Chariot discovered at Pompeii 3

প্ৰত্নতাত্বিকসকলে অনুমান কৰিছে যে সেই সময়ত গলিত উত্তপ্ত লাভাৰ চাপত সেই প্ৰাচীৰ আৰু যিটো খোলা ঘৰত ৰথখন ৰখা হৈছিল, তাৰ ছাদ ভাঙি ৰথখনৰ ওপৰত পৰিছিল । যাৰ বাবে ৰথখনৰ সামান্য ক্ষতিসাধন হৈছিল । যোৱা সাত জানুৱাৰীত উক।ত অঞ্চলৰ এটা অংশ দেখা যায় ।

56724367 401

যোৱা সপ্তাহৰ শেষত এই ৰথখন আৱিষ্কাৰ হয় । প’ম্পেইয়ি চহৰ ধ্বংসৰ ইতিহাস ইটালীৰ সকলোৰে জ্ঞাত । সেয়ে প্ৰাচীন আৰু মূল্যবান সামগ্ৰীৰ লোভত এই অঞ্চলত দুষ্কৃতিকাৰীৰ সঘন আহ-যাহ আছে । ২০১৭ত তেনে এটা চক্ৰৰ সন্ধান পায় ইটালীৰ আৰক্ষীয়ে । সেই অঞ্চলৰ সমীপতে থকা একাংশ দুষ্কৃতিকাৰীয়ে বহুতো সুৰংগ তৈয়াৰ কৰিছিল । সেই সুৰংগৰে মাটিৰ তলৰ খান্দি উলিওৱা বিভিন্ন প্ৰত্ন-সামগ্ৰী তেওঁলোকে গোপনে বিক্ৰী কৰি আহিছিল । সেই চক্ৰটোৰ দুজন লোক এতিয়াও বিচাৰধীন হৈ আছে । ইয়াৰ পূৰ্বে সেই অঞ্চলৰ পৰাই খেতিৰ ফচল কঢ়িয়াই নিয়াৰ বাবে ব্যৱহৃত এখন গাড়ী উদ্ধাৰ হৈছিল ।

210227113612 03 ceremonial chariot pompeii intl

কিন্তু এই প্ৰথমবাৰলৈ এনে এখন ৰথ ইটালীত আৱিষ্কাৰ হ’ল । এই ৰথখনৰ সাজসজ্জা, গাঁথি আৰু অন্যান্য বৈশিষ্ট্য পৰীক্ষা কৰি ইতিহাসবিদসকলে ধাৰণা কৰিছে যে প্ৰধানকৈ উৎসৱ, শোভাযাত্ৰা, দযাত্ৰাৰ দৰে অনুষ্ঠানত এই ধৰণৰ ৰথ ব্যৱহাৰ কৰা হৈছিল । লগতে নৱবিবাহিতাক নিয়াৰ বাবেও এই ৰথ ব্যৱহাৰ কৰা হৈছিল বুলি তেওঁলোকে ধাৰণা কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: pompeiiRoman chariot
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d