তিনিচুকীয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

WhatsApp Image 2020 12 30 at 4.45.17 PM

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীৰে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত তীব্র প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

তিনিচুকীয়াৰ দহোটীয়াচোক তিনিআলিৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈকে প্ৰতিবাদী সমদল বাহিৰ কৰি ছাত্ৰ মুক্তিৰ লগতে নাৰী মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক সদস্যই ‘কা’ বাতিলৰ লগতে অখিল গগৈৰ মুক্তিৰ দাবী জনায় ।

Exit mobile version