●বাজাজ অ’ট’ৰ বজাৰ মূলধন এক লাখ কোটি অতিক্ৰম কৰিলে ।
●বাজাজ অ’ট’ হৈছে ভাৰতৰ সৰ্বোচ্চ মটৰ চাইকেল বিক্ৰেতা ।
●অষ্ট্ৰিয়াৰ KTM AGৰ বাবদ বাজাজ অ’ট’ই ৪৮ শতাংশ অংশ লাভ কৰে ।
●বাজাজ অ’ট’ লিমিটেডেই বিশ্বৰ প্ৰথম এক লাখ কোটি বজাৰ মূলধন অতিক্ৰম কৰা দুচকীয়া বাহন কোম্পানী ।
ADVERTISEMENT